শেহতীয়া খবৰ
মাজবাটত অবৈধ শিল-বালি ভৰ্তি তিনিখন ডাম্পাৰ সহ ১২ খনকৈ কাঠৰ চাইকেল জব্দ  •  অগ্নিগৰ্ভা অৰুণাচল, প্ৰতিবাদকাৰীয়ে জ্বলালে শিল্পীৰ সা-সামগ্ৰীৰ লগতে বৃহৎ সংখ্যক বাহন  •  ৰাজ্যজুৰি বিষাক্ত সুৰা সেৱন কৰি মৃত্যু হোৱা লোকৰ সংখ্যা ১০০ লৈ বৃদ্ধি...  •  বিজেপি-আৰ এছ এছে চাহ শ্ৰমিকে সুৰা সেৱন কৰাটো বিচাৰেঃ অখিল গগৈ  •  গোলাঘাটত বিষাক্ত সুৰাই প্ৰাণ ল'লে ৪৬ জনৰ, মৃত্যু হোৱা লোকৰ নাম...  •  বিধ্বংসী অগ্নিকাণ্ডত একেলগে জ্বলিল ১০০খন গাড়ী, চাওঁক VIDEO...  •  বিষাক্ত সুৰা সেৱনৰ ফলত ৰাজ্যত মৃত্যুৰ সংখ্যা ৯২ জনলৈ বৃদ্ধি  •  পুলৱামা শ্বহীদ জোৱানৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত কংগ্ৰেছ নেতাৰ আজৱ কাণ্ড, চাওক VIDEO  •  ৰাজ্যত বৃহৎ সুৰা ট্ৰেজেডি, মৃত্যু হোৱা লোকৰ সংখ্যা ৯৯ লৈ বৃদ্ধি...  •  আই এছ এছ এফ বিশ্বকাপত এয়াৰ ৰাইফলৰ মহিলা শাখাত ভাৰতীয় খেলুৱৈৰ স্বৰ্ণ জয়...

কিউৱী বাহিনীক ৭ উইকেটত পৰাস্ত কৰিলে ইণ্ডিয়াই

305
  • ভাৰত-নিউজিলেণ্ডৰ দ্বিতীয়খন টি-২০।
  • ৭ উইকেটত পৰাস্ত কৰিলে কিউৱী বাহিনীক।
  • এই বিজয়ৰ লগে লগে ৩ দিনীয়া শৃংখলাত ১-১ সমতা স্থাপন টীম ইণ্ডিয়া।
  • ৰোহিত শৰ্মাৰ ২৯ টা বলত ৫০ ৰাণ সংগ্ৰহ।
  • টীম ইণ্ডিয়াৰ বলাৰ কুণাল পাণ্ডিয়াই চাৰি অভাৰত দখল কৰে ৩ টা উইকেট।
  • নিউজিলেণ্ডে প্ৰথমে বেট ধৰি ২০ অভাৰত ৮ উইকেটৰ বিনিময়ত সংগ্ৰহ কৰে ১৫৮ ৰাণ।
  • আনহাতে টীম ইণ্ডিয়াই ১৮.৫ অভাৰত ৩ উইকেট হেৰুৱাই সংগ্ৰহ কৰে ১৬২ৰাণ ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি