কিউৱী বাহিনীক ৭ উইকেটত পৰাস্ত কৰিলে ইণ্ডিয়াই

কিউৱী বাহিনীক ৭ উইকেটত পৰাস্ত কৰিলে ইণ্ডিয়াই
  • ভাৰত-নিউজিলেণ্ডৰ দ্বিতীয়খন টি-২০।
  • ৭ উইকেটত পৰাস্ত কৰিলে কিউৱী বাহিনীক।
  • এই বিজয়ৰ লগে লগে ৩ দিনীয়া শৃংখলাত ১-১ সমতা স্থাপন টীম ইণ্ডিয়া।
  • ৰোহিত শৰ্মাৰ ২৯ টা বলত ৫০ ৰাণ সংগ্ৰহ।
  • টীম ইণ্ডিয়াৰ বলাৰ কুণাল পাণ্ডিয়াই চাৰি অভাৰত দখল কৰে ৩ টা উইকেট।
  • নিউজিলেণ্ডে প্ৰথমে বেট ধৰি ২০ অভাৰত ৮ উইকেটৰ বিনিময়ত সংগ্ৰহ কৰে ১৫৮ ৰাণ।
  • আনহাতে টীম ইণ্ডিয়াই ১৮.৫ অভাৰত ৩ উইকেট হেৰুৱাই সংগ্ৰহ কৰে ১৬২ৰাণ ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in