শেহতীয়া খবৰ
কামাখ্যা দৰ্শনৰ বাবে যদি যাম বুলি ভাবিছে,তেনেহ'লে এই খিনি কথা জানি লওক..  •  উৎসাহী শিক্ষক,ছাত্ৰ-ছাত্ৰী, কোভিড প্ৰটক'ল মানি খুলিল শিক্ষানুষ্ঠান...  •  হংকঙত ৩ অক্টোবৰলৈ বন্ধ এয়াৰ ইণ্ডিয়াৰ বিমান...  •  বটদ্ৰৱাত মাস্ক পৰিধান কৰি ছাত্ৰ ছাত্ৰী সকলে আহিছে নিজ বিদ্যালয়লৈ...  •  ৰাজ্যসভাত অধ্যক্ষক দুব্যৱহাৰ কৰাৰ অপৰাধত নিলম্বিত ৮ জন সাংসদ....  •  এছআই পদৰ বাবে চাকৰিৰ বজাৰত দাম উঠিছিল দহ লাখ....  •  গহপুৰৰ মুনমী শইকীয়াৰ ঘৰটো প্ৰকৃততে‌ কোনে বনালে ?  •  সুস্থ হৈ উঠিছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত,কি ক'লে ভিডিওৰ জৰিয়তে...  •  মহাৰাষ্ট্ৰত অট্টালিকা খহি ১০ জনৰ মৃত্যু,আবদ্ধ বহুজন....  •  কোভিড প্ৰট'কল মানি আজিৰে পৰা খুলিব শিক্ষানুষ্ঠান সমূহ....

দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন সংক্ৰান্তীয় বিশেষ তথ্য…

34
  • ১৮ এপ্ৰিলত অনুষ্ঠিত হ’ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন।
  • অসমৰ ৫টা সমষ্টিত অনুষ্ঠিত হ’ব এই নিৰ্বাচন।
  • পুৱা ৭বজাৰ পৰা অনুষ্ঠিত হ’ব ভোটগ্ৰহণ।
  • মুঠ ৫০জন প্ৰার্থীয়ে অসমৰ ৫টা সমষ্টিৰ বাবে কৰিব প্ৰতিদ্বন্দ্বিতা।
  • নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বৃহস্পতিবাৰৰ পৰা আই এছ বি টিৰ পৰিৱৰ্তে খানাপাৰালৈ যাব উজনিমুৱা দূৰণিকটীয়া বাছসমূহ।
  • ড্ৰাই ডে’ ঘোষণা নিৰ্বাচন অনুষ্ঠিত হোৱা সমষ্টিসমূহৰ লগতে গুৱাহাটী মহানগৰীতো।
  • দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত অসমৰ ৫০জন প্ৰাৰ্থীৰ ভিতৰত চাৰিজনে অভিযোজনত উল্লেখ কৰিছে তেওঁলোকৰ বিৰুদ্ধে থকা গোচৰৰ কথা।
  • নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কটকটীয়া নিৰাপত্তা বেষ্টনী অসমৰ ৫টা সমষ্টিত গঢ়ি তোলা হৈছে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি