দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন সংক্ৰান্তীয় বিশেষ তথ্য…

দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন সংক্ৰান্তীয় বিশেষ তথ্য…
  • ১৮ এপ্ৰিলত অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন।
  • অসমৰ ৫টা সমষ্টিত অনুষ্ঠিত হ'ব এই নিৰ্বাচন।
  • পুৱা ৭বজাৰ পৰা অনুষ্ঠিত হ'ব ভোটগ্ৰহণ।
  • মুঠ ৫০জন প্ৰার্থীয়ে অসমৰ ৫টা সমষ্টিৰ বাবে কৰিব প্ৰতিদ্বন্দ্বিতা।
  • নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বৃহস্পতিবাৰৰ পৰা আই এছ বি টিৰ পৰিৱৰ্তে খানাপাৰালৈ যাব উজনিমুৱা দূৰণিকটীয়া বাছসমূহ।
  • ড্ৰাই ডে' ঘোষণা নিৰ্বাচন অনুষ্ঠিত হোৱা সমষ্টিসমূহৰ লগতে গুৱাহাটী মহানগৰীতো।
  • দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত অসমৰ ৫০জন প্ৰাৰ্থীৰ ভিতৰত চাৰিজনে অভিযোজনত উল্লেখ কৰিছে তেওঁলোকৰ বিৰুদ্ধে থকা গোচৰৰ কথা।
  • নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কটকটীয়া নিৰাপত্তা বেষ্টনী অসমৰ ৫টা সমষ্টিত গঢ়ি তোলা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in