বৃহস্পতিবাৰৰ পৰা ৰাজ্যৰ ১৭ খন জিলাৰ ২৪,৫৭৭ বিদ্যালয়ত গুণোৎসৱ

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • বৃহস্পতিবাৰৰ পৰা ৰাজ্যত আৰম্ভ হ'ব দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ।
  • গুৱাহাটী মহানগৰীকে ধৰি ১৭খন জিলাত অনুষ্ঠিত হব এই গুণোত্সৱ।
  • ৩ নৱেম্বৰলৈ বিদ্যালয় সমূহত চলিব এই গুণোৎসৱ।
  • মুঠ ২৪,৫৭৭খন বিদ্যালয়ত গুণোত্সৱ অনুষ্ঠিত হ'ব।
  • ইয়াৰে ৬৩৫খন বিদ্যালয় উচ্চ মাধ্যমিক পৰ্যায়ৰ।
  • গুণোত্সৱত ভাগ লব মুঠ ১৯,৬৩,৫৬৩ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে।
  • গুৱাহাটীৰ বিদ্যালয়সমূহৰ ক্ষেত্ৰত বহী মূল্যায়ন কৰিব ২৫৫জন শিক্ষকে।
  • ইফালে বিদ্যালয়সমূহ পৰিদৰ্শন কৰিব ১৭জন শীৰ্ষ বিষয়াই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in