আজি জাৰি কৰা হ’ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ অধিসূচনা

আজি জাৰি কৰা হ’ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ অধিসূচনা
  • আজি জাৰি কৰা হ'ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ অধিসূচনা।
  • ১৮ এপ্ৰিলত অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন।
  • দ্বিতীয় পৰ্যায়ৰ মনোনয়ন দাখিলৰ অন্তিম দিন ২৬ মাৰ্চ
  • ২৭ মাৰ্চত পৰীক্ষা কৰা হ'ব মনোনয়ন পত্ৰসমূহ।
  • মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰাৰ অন্তিম দিন ২৯ মাৰ্চ।
  • দ্বিতীয় পৰ্যায়ত দেশৰ ৯৭টা সমষ্টিত হ'ব ভোটগ্ৰহণ।
  • অসম, বিহাৰ আৰু ওড়িশাৰ ৫টা সমষ্টিত হ'ব নিৰ্বাচন।
  • মুঠ ১৩খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত অনুষ্ঠিত হ'ব নিৰ্বাচন।
  • কৰ্ণাটকৰ ১৪ আৰু মহাৰাষ্ট্ৰৰ ১০টা সমষ্টিত হ'ব নিৰ্বাচন।
  • ছত্ত্শগড় আৰু পশ্চিম বংগৰ ৩খনকৈ আসনত হ'ব ভোটগ্ৰহণ।
  • ত্ৰিপুৰা আৰু পুডুচেৰীৰ এখন আৰু জম্মু–কাশ্মীৰৰ ২খন আসনত নিৰ্বাচন অনুষ্ঠিত হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in