শেহতীয়া খবৰ
ক্ষোভৰ জুইত জ্বলিছে দিশপুৰ! গুলী, লাঠি, কন্দোৱা গেছ একোকেই কেৰেপ কৰা নাই প্ৰতিবাদী জনতাই, বৰঝাৰত আৱদ্ধ খোদ মুখ্যমন্ত্ৰী...  •  ক্ষোভৰ জুইত জ্বলিছে দিশপুৰ! গুলী, লাঠি, কন্দোৱা গেছ একোকেই কেৰেপ কৰা নাই প্ৰতিবাদী জনতাই, বৰঝাৰত আৱদ্ধ খোদ মুখ্যমন্ত্ৰী...  •  কেব বিৰোধী প্ৰতিবাদত শংকিত ৰজাঘৰীয়া! ২৪ ঘণ্টাৰ বাবে অসমত বন্ধ ইন্টাৰনেট সেৱা...  •  ট্ৰেফিক পইণ্টৰ পাছত আৰক্ষীৰ সন্মুখতে বাছ জ্বলাই দিলে প্ৰতিবাদকাৰীয়ে...  •  অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণৰ খবৰেই সঁচা হ’ল, অসমত বন্ধ ইন্টাৰনেট সেৱা...  •  কেব বিৰোধী প্ৰতিবাদক লৈ শংকিত কেন্দ্ৰঃ অসমলৈ প্ৰেৰণ অতিৰিক্ত অৰ্ধ সামৰিক বাহিনীৰ জোৱান...  •  প্ৰতিবাদকাৰীৰ উগ্ৰমূৰ্তি দেখি আৰক্ষীৰ পলায়ন...  •  প্ৰতিবাদকাৰীক খেদিবলৈ আৰক্ষীৰ পুনৰ পানী নিক্ষেপ... VIDEO  •  ছুপাৰমাৰ্কেটৰ ট্ৰেফিক পইণ্ট জ্বলালে প্ৰতিবাদকাৰীয়ে... EXCLUSIVE VIDEO  •  দিশপুৰত পানী মাৰি প্ৰতিবাদকাৰীক খেদিবলৈ চেষ্টা আৰক্ষীৰ...

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত কিমানৰ পৰা কিমান বছৰ বয়সৰ প্ৰাৰ্থীয়ে আগবঢ়াইছে প্ৰতিদ্বন্দ্বিতা…

15

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে দেশৰ সপ্তদশ লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। মুঠ ১২ খন ৰাজ্যৰ ৯৬ টা সমষ্টিত ১৬৩৪ জন লোকে প্ৰাৰ্থিত্ব আগবঢ়াইছে। ত্ৰিপুৰাত যদিও দ্বিতীয় পৰ্যায়তে ভোটগ্ৰহণ অনুষ্ঠিত কৰা হ’ব বুলি ঘোষণা কৰা হৈছিল কিন্তু ত্ৰিপুৰাত অহা ২৩ এপ্ৰিলতহে অনুষ্ঠিত হ’ব নিৰ্বাচন। ত্ৰিপুৰাৰ ১০ জন প্ৰাৰ্থীকে ধৰি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱা মুঠ ১৬৪৪জন প্ৰাৰ্থীৰ ভিতৰত এ ডি আৰে ১৫৯০ গৰাকী প্ৰাৰ্থীৰ শপতনামা পৰীক্ষা কৰি এক প্ৰতিবেদনত প্ৰস্তুত কৰিছে। এই প্ৰতিবেদনত কিমানৰ পৰা কিমান বছৰ বয়সৰ প্ৰাৰ্থীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব তাৰ এক হিচাপ উলিওৱা হৈছে। প্ৰতিবেদনত উল্লেখ কৰা মতে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ১৪৭০ জন পুৰুষ আৰু ১২০ গৰাকী মহিলা প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে।

  • ইয়াৰে ২৫ ৰ পৰা ৩০ বছৰ বয়সৰ প্ৰাৰ্থীৰ সংখ্যা – ১২৩ গৰাকী।
  • ৩১ ৰ পৰা ৪০ বছৰ বয়সৰ প্ৰাৰ্থী ৪০২ গৰাকী।
  • ৪১ ৰ পৰা ৫০ বছৰ বয়সৰ প্ৰাৰ্থী ৪৮৮ গৰাকী।
  • ৫১ৰ পৰা ৬০ বছৰ বয়সৰ প্ৰাৰ্থী- ৩১৭ গৰাকী।
  • ৬১ৰ পৰা ৭০ বছৰ বয়সৰ প্ৰাৰ্থী- ২০৪ গৰাকী।
  • ৭১ৰ পৰা ৮০ বছৰ বয়সৰ প্ৰাৰ্থী- ৪২ গৰাকী।
  • ৮১ৰ পৰা ১০০ বছৰ বয়সৰ প্ৰাৰ্থী- ৭ গৰাকী।

আনহাতে বাকী ৬ গৰাকী প্ৰাৰ্থীৰ সন্দৰ্ভত এ ডি আৰে কোনো তথ্য লাভ কৰা নাই বুলি প্ৰতিবেদনত উল্লেখ কৰিছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি