২ মে’ত পশ্চিমবংগৰ পৰা টিএমচি চৰকাৰে মুক্তি পাবঃ যোগী আদিত্য নাথ…

২ মে’ত পশ্চিমবংগৰ পৰা টিএমচি চৰকাৰে মুক্তি পাবঃ যোগী আদিত্য নাথ…
  • জলপাইগুৰিত উপস্থিত উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথ।
  • মুখ্যমন্ত্ৰীগৰাকীয়ে জলপাইগুৰিত কয়-
  • '২ মে'ত পশ্চিমবংগৰ পৰা টিএমচি চৰকাৰে মুক্তি পাব।'
  • 'টিএমচিৰ গুণ্ডা বাহিনীক আইনৰ শিকলিৰে বন্ধা হ'ব।'
  • 'এয়া নিশ্চিত যে কংগ্ৰেছ, টিএমচিৰ দৰে দলে সুৰক্ষা প্ৰদান কৰা অপৰাধীক আইনী প্ৰক্ৰিয়াৰ দ্বাৰা জে'ললৈ পঠিওৱা হ'ব।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in