দ্বিতীয় চৰাইদেউ মহোৎসৱত উপস্থিত হিমন্ত বিশ্ব শৰ্মা, মৈদাম উন্নয়নৰ বাবে ১ কোটি

দ্বিতীয় চৰাইদেউ মহোৎসৱত উপস্থিত হিমন্ত বিশ্ব শৰ্মা,  মৈদাম উন্নয়নৰ বাবে ১ কোটি
  • চৰাইদেউৰ চুকাফাত জিলা প্ৰশাসনৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজিত চৰাইদেউ মহোৎসৱত উপস্থিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷
  • চৰাইদেউ মৈদামস্থলীত টাই আহোমসকলৰ পৰম্পৰাগত ফুৰালুংত আশিস ল'লে মন্ত্ৰীগৰাকীয়ে।
  • চৰাইদেউৰ মৈদামৰ উন্নয়নৰ বাবে ১ কোটি টকা, স্থায়ী ৰংগমঞ্চ নিৰ্মাণৰ বাবে আগবঢ়াব ৫ কোটি টকাৰ অনুদান।
  • ৩ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত চৰাইদেউ মহোৎসৱত অংশগ্ৰহণ কৰি এই ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
  • লগতে জিলা সদৰ সোণাৰিত নাৰ্চিং প্ৰশিক্ষণ কেন্দ্ৰ প্ৰতিষ্ঠা, এমাহৰ ভিতৰত আৰম্ভ হ'ব ইয়াৰ কাম।
  • শিৱসাগৰৰ পৰা সাপেখাতীলৈ হ'‍ব চাৰিলেনযুক্ত পথ, উন্নয়ন কৰা হ'ব ৬০ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱা  উন্নয়ন হ'ব বুলিও ক'লে মন্ত্ৰীগৰাকীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in