সোনভদ্ৰা গুলীবৰ্ষণ কাণ্ডৰে জড়িত ২৯ জনক গ্ৰেপ্তাৰ…

সোনভদ্ৰা গুলীবৰ্ষণ কাণ্ডৰে জড়িত ২৯ জনক গ্ৰেপ্তাৰ…
  • উত্তৰ প্ৰদেশৰ সোনভদ্ৰাত ভূমি সংক্ৰান্তীয় কাৰণত সংঘটিত গুলীবৰ্ষণ কাণ্ডৰে জড়িত ২৯ জনক গ্ৰেপ্তাৰ।
  • এই তথ্য সদৰি কৰিলে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে।
  • আৰক্ষীয়ে উদ্ধাৰ কৰিছে গুলীবৰ্ষণত ব্যৱহৃত এটা চিংগল বেৰেল গান, ৩টা ডাবল বেৰেল গান।
  • ঘটনাত ব্যৱহাৰ কৰা এটা ৰাইফলো উদ্ধাৰ হোৱা বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে।
  • উল্লেখ্য যে, সোনভদ্ৰাত ভূমি সংক্ৰান্তীয় কাৰণত ৩টা ফৈদৰ মাজত চলা গুলিয়াগুলীত নিহত হৈছিল ১০ জন লোক।
  • ঘটনাৰ পিছতো অপৰাধীক কৰায়ত্ব কৰাৰ বাবে অনুসন্ধানত তীব্ৰতৰ কৰিবলৈ নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে।
  • ইফালে, এই ঘটনাৰ পিছতে যোগী আদিত্যনাথ চৰকাৰৰ নিৰাপত্তা ব্যৱস্থাৰ প্ৰতি প্ৰশ্ন তুলিছে বিৰোধীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in