শেহতীয়া খবৰ
গুৱাহাটীত হাস্পতালৰ আই চি ইউৰ ভিতৰত অনাধিকাৰ প্ৰৱেশৰ অপৰাধত আটক হ'ল ৩ সাংবাদিক  •  গুৱাহাটীত হাস্পতালৰ আই চি ইউৰ ভিতৰত অনাধিকাৰ প্ৰৱেশৰ অপৰাধত আটক হ'ল ৩ সাংবাদিক  •  ভাৰতীয় ক্ৰিকেটাৰক হত্যাৰ ভাবুকি অসমৰ যুৱকৰ!  •  ভাৰতীয় ক্ৰিকেটাৰক হত্যাৰ ভাবুকি অসমৰ যুৱকৰ!  •  ৰহাৰ খলিহামাৰীত জ্বলা-কলা খোৱাইছে পথৰ দুৰৱস্থাই, VIDEO  •  ক্ষিৰোদ বৰুৱা আন্তঃজিলা ফুটবল, উদ্বোধনী খেলত শদিয়াৰ জয়লাভ  •  ক্ষিৰোদ বৰুৱা আন্তঃজিলা ফুটবল, উদ্বোধনী খেলত শদিয়াৰ জয়লাভ  •  নাৰায়ণপুৰৰ জনাঞ্চলত বাঘ উদ্ধাৰ…  •  লালুকত দাৰে ঘপিয়াই বৃদ্ধক হত্যাৰ চেষ্টা কিশোৰৰ! উত্তেজিত ৰাইজে জ্বলাই দিলে ঘৰ...  •  ৰহাত দিন দুপৰতে চোৰে লুটিলে মূল্যবান সামগ্ৰী, VIDEO

সোনভদ্ৰা গুলীবৰ্ষণ কাণ্ডৰে জড়িত ২৯ জনক গ্ৰেপ্তাৰ…

557
  • উত্তৰ প্ৰদেশৰ সোনভদ্ৰাত ভূমি সংক্ৰান্তীয় কাৰণত সংঘটিত গুলীবৰ্ষণ কাণ্ডৰে জড়িত ২৯ জনক গ্ৰেপ্তাৰ।
  • এই তথ্য সদৰি কৰিলে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে।
  • আৰক্ষীয়ে উদ্ধাৰ কৰিছে গুলীবৰ্ষণত ব্যৱহৃত এটা চিংগল বেৰেল গান, ৩টা ডাবল বেৰেল গান।
  • ঘটনাত ব্যৱহাৰ কৰা এটা ৰাইফলো উদ্ধাৰ হোৱা বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে।
  • উল্লেখ্য যে, সোনভদ্ৰাত ভূমি সংক্ৰান্তীয় কাৰণত ৩টা ফৈদৰ মাজত চলা গুলিয়াগুলীত নিহত হৈছিল ১০ জন লোক।
  • ঘটনাৰ পিছতো অপৰাধীক কৰায়ত্ব কৰাৰ বাবে অনুসন্ধানত তীব্ৰতৰ কৰিবলৈ নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে।
  • ইফালে, এই ঘটনাৰ পিছতে যোগী আদিত্যনাথ চৰকাৰৰ নিৰাপত্তা ব্যৱস্থাৰ প্ৰতি প্ৰশ্ন তুলিছে বিৰোধীয়ে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি