এটা দিনত ভাৰতত কোৰোনাত আক্ৰান্ত আক্ৰান্ত ২৮হাজাৰ লোক…

এটা দিনত ভাৰতত কোৰোনাত আক্ৰান্ত আক্ৰান্ত ২৮হাজাৰ লোক…
  • বিগত ২৪ঘন্টাত ভাৰতত নতুনকৈ কোৰোনাত আক্ৰান্ত হৈছে ২৮,৭০১গৰাকী লোক।
  • এই সময়খিনিতে মৃত্যু হৈছে ৫০০গৰাকী ৰোগী।
  • দেশত কোৰোনাত আক্ৰান্তৰ সংখ্যা সৰ্বমুঠ হ'লগৈ ৮লাখ ৭৮হাজাৰ২৫৪গৰাকী।
  • ইয়াৰে ৫লাখ ৫৩হাজাৰ ৫০০গৰাকী লোকে ইতিমধ্যে কোৰোনামুক্ত হৈ ঘৰলৈ উভটিছে।
  • মৃত্যু হোৱা লোকৰ সংখ্যা হৈছেগৈ ২৩, ১৭৪গৰাকী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in