শেহতীয়া খবৰ
পুৰণিগুদামত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ শিল্পী দিৱস উদযাপন  •  চৰাইদেউত উদঙীয়া ম’হৰ আক্ৰমণত আহত এজন যুৱক  •  ঢকুৱাখনাৰ "শংকৰ মাধৱ ক্ষেত্ৰ"ৰ শিশু ভাওনা সমাৰোহত দৰ্শকৰ ব্যাপক সমাগম, দ্বিতীয় দিনা যোৰহাটৰ "সীতা হৰণ বালি বধ" ভাওনা প্ৰদৰ্শন  •  নিউ গোৱালপাৰাৰ শিল্পী দিৱসত কবি-সাহিত্যিক সমীন্দ্ৰ হুজুৰি, 'মানুহক এন্ধাৰৰ পৰা পোহৰলৈ অনাত যিয়ে শিল্পী মাধ্যমক ব্যৱহাৰ কৰিব পাৰে সিয়েই জনতাৰ শিল্পী'  •  দ্বিতীয়খন এদিনীয়াত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ ৩৬ ৰানৰ ব্যৱধানত জয়...  •  ওদালগুৰিত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত-আহত ১  •  পৰ্যটন মহোৎসৱৰ দ্বিতীয় দিনটোত লোকে-লোকাৰণ্য ভৈৰৱকুণ্ড, দেশী-বিদেশী পৰ্যটকে সোৱাদ ল'লে বিভিন্ন জনগোষ্ঠীয় থলুৱা খাদ্য  •  আমাক এটা ৰাজনৈতিক দল লাগে, কিন্তু...  •  শোণিতপুৰৰ বৰছলাত ব্যতিক্ৰমীৰূপত শিল্পী দিৱস উদযাপন  •  দক্ষিন শালমাৰাৰ ফেৰছাঁটাৰীত ভূমি কেন্দ্ৰিক সংঘাতঃ জ্বলাই দিলে ঘৰ, পাঁচ লক্ষাধিক টকাৰ ক্ষতি

এতিয়াই কিনি থওঁক! ২৪ ঘন্টাৰ বাবে গুৱাহাটীত নাপাব পেট্ৰ’ল-ডিজেল…

1,185

ডিজিটেল ডেস্কঃ ২৫ নৱেম্বৰত গুৱাহাটী মহানগৰীত নাপাব পেট্ৰ’ল-ডিজেল। নৰ্থইষ্ট ইণ্ডিয়া পেট্ৰ’লিয়াম ডিলাৰ এছ’চিয়েচনে জানিবলৈ দিছে এই কথা। বিভিন্ন সময়ত অইল মাৰ্কেটিং কোম্পানীয়ে তেওঁলোকৰ দাবী সমূহৰ ওপৰত গুৰুত্ব আৰোপ নকৰাৰ বাবে এই সিদ্ধান্ত লৈছে এছ’চিয়েচনে।

২৪ ঘণ্টা ধৰি বন্ধ থাকিব গুৱাহাটী মহানগৰীৰ সকলো তেলডিপো। পুৱা ৫বজাৰে পৰা মহানগৰীত খোলা নাপাব কোনো তেলডিপো। ২৬ তাৰিখে পুৱা ৫বজাৰ পৰাহে গুৱাহাটীত উপলব্ধ হ’ব পেট্ৰ’ল-ডিজল।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি