বাহন চালক সকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ…

বাহন চালক সকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ…
  • ২৫ নৱেম্বৰত গুৱাহাটী মহানগৰীত নাপাব পেট্ৰ'ল-ডিজেল।
  • নৰ্থইষ্ট ইণ্ডিয়া পেট্ৰ'লিয়াম ডিলাৰ এছ'চিয়েচনে জানিবলৈ দিছে এই কথা।
  • বিভিন্ন সময়ত অইল মাৰ্কেটিং কোম্পানীয়ে তেওঁলোকৰ দাবী সমূহৰ ওপৰত গুৰুত্ব আৰোপ নকৰাৰ বাবে এই সিদ্ধান্ত লৈছে এছ'চিয়েচনে।
  • ২৪ ঘণ্টা ধৰি বন্ধ থাকিব গুৱাহাটী মহানগৰীৰ সকলো তেলডিপো।
  • ২৬ তাৰিখে পুৱা ৫ বজাৰ পৰাহে গুৱাহাটীত উপলব্ধ হ'ব পেট্ৰ'ল-ডিজেল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in