পুনৰ ২৫জনৰ দেহত ধৰা পৰিল কোভিড-১৯…

পুনৰ ২৫জনৰ দেহত ধৰা পৰিল কোভিড-১৯…
  • ৰাজ্যত পুনৰ ২৫জনৰ দেহত ধৰা পৰিল কোভিড-১৯ৰ উপস্থিতি।
  • ইয়াৰে ১৩জন কামৰূপ মেট্ৰ', ৪জন কাচাৰ, ৩জন ধেমাজি, ৩জন বৰপেটা আৰু ২জন কোকৰাঝাৰৰ।
  • ৰাজ্যত ৮৫৬জনলৈ বৃদ্ধি পাইছে কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা।
  • ইফালে, বৰ্তমানেও কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৭৬২জন লোক।
  • আনহাতে, কোৰোনাত আক্ৰান্ত হোৱা ৮৭জন লোক ইতিমধ্যে সুস্থ হৈ উঠিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in