শেহতীয়া খবৰ
টিহুত বানত মৃত্যু যুৱকৰ…  •  ২০ জুলাইত ওদালগুৰি আছুৱে সম্বৰ্ধনা জনাব ২১৯ গৰাকী মেধাৱী শিক্ষাৰ্থীক  •  ৰহাত এনএছইউআইৰ বান সাহায্য সংগ্ৰহ  •  মহিলাক জীৱন্তে দাহঃ ২ অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ড  •  ওদালগুৰি জিলাত জাপানী এনকেফেলাইটিছৰ আতংকঃ ৩ জনৰ মৃত্যু, ৩২ গৰাকী সন্দেহজনক ৰোগী চিনাক্ত  •  ভাতৃক ৮ টা গুলীৰে গুলীয়াই হত্যাঃ সেই খবৰ পাইয়ো খেলপথাৰত দুৰ্দান্ত প্ৰদৰ্শন আৰ্চৰৰ...  •  হৰিশিঙাত নদীত উটি যোৱা ক্লেনিজ বসুমতাৰী নামৰ আনজন ছাত্ৰৰ মৃতদেহ উদ্ধাৰ...  •  বাহনসহ নৈত বাগৰি পৰিল এটা পৰিয়াল, কথমপি বাচিল প্ৰাণ  •  ভয়ংকৰ পথ দুৰ্ঘটনাত ৯ জনৰ মৃত্যু...  •  এতিয়াৰ পৰা পোছাকত চি চি কেমেৰা আঁৰি ডিউটি কৰিব ট্ৰফিক আৰক্ষীয়ে...

২৪ ঘণ্টাই নিৰ্বাচনী খবৰ কেৱল ‘অসমীয়া প্ৰতিদিন’ৰ ডিজিটেল সংস্কৰণত…

আপুনিও হ’ব পাৰে অংশীদাৰ, দিব পাৰে আপোনাৰ হাতত থকা নিৰ্বাচনৰ খবৰ

67

ডিজিটেল ডেস্কঃ ইতিমধ্যে অনুষ্ঠিত হৈ যোৱা দুই পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ খবৰ সবিস্তাৰে ২৪X৭ প্ৰকাশ কৰিছিল ‘অসমীয়া প্ৰতিদিন’ৰ ডিজিটেল সংস্কৰণে। তৃতীয় পৰ্যায়তো ২৪ ঘণ্টাই ‘অসমীয়া প্ৰতিদিন’ৰ ডিজিটেল সংস্কৰণে প্ৰকাশ কৰিব ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ নিৰ্বাচনী খবৰ।

আপোনাৰ হাতত যদি নিৰ্বাচন সম্পৰ্কীয় খবৰ থাকে, তেনেহ’লে আপুনি আমালৈ প্ৰেৰণ কৰিব বা সেই খবৰ সন্দৰ্ভত আমাক জনাব পাৰিব। আমাক সেই খবৰ ফোনযোগে জনাব পাৰিব। খবৰ দিবলৈ ম’বাইল নম্বৰ কেইটা ক্ৰমে- ৬০০০৯-৫৩৪৩৪, ৯৪৩৫০-৬২৬৭৮ আৰু ৯৯৫৪৫-৪৪৪৫০। এই নম্বৰ কেইটাতে হোৱাটছএপ যোগেও আপোনাৰ হাতত থকা নিৰ্বাচনী খবৰ প্ৰেৰণ কৰিব পাৰিব। যিকোনো সময়তে প্ৰেৰণ কৰিব পাৰিব এই খবৰ। কেৱল নিৰ্বাচনী খবৰহে এই ফোন নম্বৰযোগে গ্ৰহণ কৰা হ’ব। খবৰৰ সৈতে পৰ্যাপ্ত আলোকচিত্ৰ আৰু ভিডিঅ’ও পঠিয়াব পাৰিব।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি