মহাৰাষ্ট্ৰৰ ৰত্নগিৰিত বানত সন্ধানহীন কমেও ২৪ জন, ৬ জনৰ মৃতদেহ উদ্ধাৰ

মহাৰাষ্ট্ৰৰ ৰত্নগিৰিত বানত সন্ধানহীন কমেও ২৪ জন, ৬ জনৰ মৃতদেহ উদ্ধাৰ
  • মহাৰাষ্ট্ৰৰ ৰত্নগিৰিৰ তিৱাৰে নদীবান্ধ খহি প্ৰলয়ৰ সৃষ্টি।
  • নদীবান্ধটো খহাৰ ফলত বানত উটি গ'ল ১২ টা গৃহ।
  • সন্ধানহীন হৈ আছে ২২-২৪ জন লোক।
  • ইফালে বুধবাৰে পুৱা সামৰিক বাহিনীয়ে উদ্ধাৰ কৰে ৬ জনৰ মৃতদেহ।
  • ঘটনাস্থলীত আৰক্ষী আৰু উদ্ধাৰকাৰী বাহিনী উপস্থিত হৈ অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in