দেশত নতুনকৈ কোৰোনাত আক্ৰান্ত ২২,৮৮৯ জন,৩৩৮ জনৰ মৃত্যু…

দেশত নতুনকৈ কোৰোনাত আক্ৰান্ত ২২,৮৮৯ জন,৩৩৮ জনৰ মৃত্যু…

ডিজিটেল ডেস্ক : দেশত ২৪ ঘন্টাত নতুনকৈ কোৰোনাত আক্ৰান্ত হয় ২২,৮৮৯ গৰাকী লোক । কোৰোনাৰ পৰা আৰোগ্য লাভ কৰি ঘৰলৈ উভতে ৩১,০৮৭ গৰাকী লোক । কোৰোনাত ২৪ ঘন্টাত দেশত নতুনকৈ ৩৩৮ গৰাকী লোকৰ মৃত্যু হয় ।

দেশত সৰ্বমুঠ কোৰোনাত আক্ৰান্ত হয় ৯৯,৭৯,৪৪৭ গৰাকী লোক । কোৰোনা আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৩,১৩,৮৩১ গৰাকী লোক । আনহাতে কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হয় ১,৪৪,৭৮৯ গৰাকী লোক ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in