শেহতীয়া খবৰ
জাজৰি উচ্চতৰ মাধ্যমিকৰ বিদ্যালয়ৰ কেন্দ্ৰত বহিঃৰাজ্যৰ পৰা অহা পৰা অহা ৮০লোকক কোৱাৰেণ্টাইন... • অৰুণাচল প্ৰদেশত পুনৰ বৃদ্ধি কোৰোনা ৰোগীৰ সংখ্যা... • নগাঁও চহৰত নিশা যুৱকৰ অস্বাভাৱিক মৃত্যুক কেন্দ্ৰ কৰি উত্তেজনা, আৰক্ষীৰ শূন্যলৈ গুলী চালনা... • মুপা আৰু মাইবাং ষ্টেচনৰ মাজত ব্যাহত ৰেল সেৱা... • বৰ্ণ বৈষম্যতা! আৰক্ষীৰ হাতত কৃষ্ণাংগৰ মৃত্যুক লৈ ট্ৰাম্প প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদ হাজাৰ হাজাৰ জনতাৰ... • ওদালগুৰি অসামৰিক চিকিৎসালয়ৰ প্ৰথমটো স্বাস্থ্যকৰ্মীৰ দলক কোৱাৰেণ্টাইন... • নাৰায়ণপুৰৰ কোৱাৰেন্টাইন চেন্টাৰত উত্তপ্ত পৰিস্থিতি...VIDEO • মেট্ৰিক-হাইমাদ্ৰাছাৰ ফলাফল লাভ কৰিব কোন কেইটা ৱেবছাইটত... পঢ়ক সবিশেষ... • ভাৰতত কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা ২ লাখৰো অধিকলৈ বৃদ্ধি... • বকোত ওলাল দ্বিতীয়গৰাকী কোভিড-১৯ত আক্ৰান্ত লোক...

২২ জুনৰ পৰা শক্তিপীঠ কামাখ্যা ধামত আৰম্ভ অম্বুবাচী মেলা…

330
  • ২২ জুনৰ পৰা শক্তিপীঠ কামাখ্যা ধামত আৰম্ভ হ’ব অম্বুবাচী মেলা।
  • অম্বুবাচী মেলাৰ অন্ত পৰিব ২৬ জুনত।
  • ২২ জুনৰ মাজনিশা হ’ব অম্বুবাচীৰ প্রবৃত্তি আৰু ২৬ জুনৰ পুৱা হ’ব নিবৃত্তি।
  • এইবাৰ অম্বুবাচী মেলাৰ প্ৰাৰম্ভিক বাজেট ২.৫ কোটি টকা।
  • শনিবাৰে মহানগৰ উপায়ুক্তই পৰিদৰ্শন কৰিব কামাখ্যা ধাম।
  • অন্যান্য প্ৰতিটো বিভাগৰ বিষয়ায়ো পৰিদৰ্শন কৰিব শক্তিপীঠ।
  • যোৱা শুকুৰবাৰে মহানগৰীৰ আৱৰ্ত ভৱনত অম্বুবাচী মেলাক লৈ অনুষ্ঠিত হয় এক গুৰুত্বপূৰ্ণ বৈঠক।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি