ফাইল ফটো
Published on:
Updated on:
- ২২ জুনৰ পৰা শক্তিপীঠ কামাখ্যা ধামত আৰম্ভ হ'ব অম্বুবাচী মেলা।
- অম্বুবাচী মেলাৰ অন্ত পৰিব ২৬ জুনত।
- ২২ জুনৰ মাজনিশা হ'ব অম্বুবাচীৰ প্রবৃত্তি আৰু ২৬ জুনৰ পুৱা হ'ব নিবৃত্তি।
- এইবাৰ অম্বুবাচী মেলাৰ প্ৰাৰম্ভিক বাজেট ২.৫ কোটি টকা।
- শনিবাৰে মহানগৰ উপায়ুক্তই পৰিদৰ্শন কৰিব কামাখ্যা ধাম।
- অন্যান্য প্ৰতিটো বিভাগৰ বিষয়ায়ো পৰিদৰ্শন কৰিব শক্তিপীঠ।
- যোৱা শুকুৰবাৰে মহানগৰীৰ আৱৰ্ত ভৱনত অম্বুবাচী মেলাক লৈ অনুষ্ঠিত হয় এক গুৰুত্বপূৰ্ণ বৈঠক।
Code:
Asomiya Pratidin
www.asomiyapratidin.in