দেহৰাডুনত ২২ জানুৱাৰীত বন্ধ থাকিব বিদ্যালয়

দেহৰাডুনত ২২ জানুৱাৰীত বন্ধ থাকিব বিদ্যালয়
  • উত্তৰাখণ্ডত তীব্ৰ বৰষুণ আৰু তুষাৰপাতৰ সম্ভাৱনা।
  • মঙলবাৰে দেহৰাডুনত স্কুল-অংগনবাড়ী কেন্দ্ৰসমূহ বন্ধ থাকিব।
  • দেহৰাডুন জিলা প্ৰশাসনে গ্ৰহণ কৰে এই সিদ্ধান্ত।
  • কোনো লোক তথা ছাত্ৰ-ছাত্ৰীৰ ক্ষয়ক্ষতি নোহোৱাৰ বাবেই গ্ৰহণ কৰা হৈছে এই পদক্ষেপ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in