২২ আৰু ২৩ মাৰ্চত খোলা থাকিব ৰাজ্যৰ সকলো কোষাগাৰ

২২ আৰু ২৩ মাৰ্চত খোলা থাকিব ৰাজ্যৰ সকলো কোষাগাৰ
  • ২২ আৰু ২৩ মাৰ্চত খোলা থাকিব কোষাগাৰ।
  • ৰাজ্যৰ সকলো কোষাগাৰ খোলা ৰখাৰ নিৰ্দেশ
  • বিত্ত বিভাগে প্ৰদান কৰিছে এই নিৰ্দেশ।
  • মাৰ্চ এণ্ডিং উপলক্ষে খোলা থাকিব কোষাগাৰসমূহ।
  • উল্লেখ্য যে, হোলীৰ উপলক্ষ্যে অহা ২২ মাৰ্চত বন্ধ থাকিব ৰাজ্যৰ আন চৰকাৰী কাৰ্যালয় সমূহ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in