বিগত ২৪ ঘন্টাত ২১ গৰাকী বিএছএফ জোৱানৰ দেহত কোৰোনা ভাইৰাছ…

বিগত ২৪ ঘন্টাত ২১ গৰাকী বিএছএফ জোৱানৰ দেহত কোৰোনা ভাইৰাছ…
  • বিগত ২৪ ঘন্টাত ২১ গৰাকী বিএছএফ জোৱানৰ দেহত ধৰা পৰিল কোৰোনা ভাইৰাছ।
  • ইফালে একেসময়তে আৰোগ্য হৈছে ১৮জন জোৱান।
  • বৰ্তমানলৈকে মুঠ আৰোগ্য হৈছে ৬৫৫ গৰাকী জোৱান।
  • ইফালে এতিয়াও চিকিৎসাধীন হৈ আছে ৩০৫ জন।
  • বিএছএফৰ এক সূত্ৰই এই কথা সদৰি কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in