পুণৰ ৰাজ্যত ২০ জন লোকৰ দেহত কোৰোনা…

পুণৰ ৰাজ্যত ২০ জন লোকৰ দেহত কোৰোনা…
  • পুণৰ ৰাজ্যত ২০ জন লোকৰ দেহত কোৰোনা।
  • অসমত কোৰোনাত আক্ৰান্তৰ সংখ্যা ৩৭৮লৈ বৃদ্ধি।
  • নতুনকৈ কোৰোনাৰ অৱস্থিতি ধৰা পৰাৰ ভিতৰত ৬জন নলবাৰী, ৫জন কামৰূপ,৪জন হোজাই, দুজন কামৰূপ মেট্ৰৰ, এজন নগাঁৱৰ আৰু এজন মৰিগাঁৱৰ।
  • স্বাস্থ্যমন্ত্ৰীয়ে টুইটাৰ যোগে সদৰি কৰিলে এই তথ্য।
  • অৱশ্যে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে এই লোকসকল কোৱোৰেন্টাইন চেন্টাৰত থকা হয় নে নহয় সেয়া উল্লেখ কৰা নাই।
  • ৰাজ্যত আজি দিনটোত কোৰোনাত আক্ৰান্তৰ সংখ্যা হলগৈ ৩২।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in