শেহতীয়া খবৰ
কালিলৈকে পদপথত গান গোৱা ৰাণু মণ্ডল হ’ল বলিউডৰ গায়িকা...  •  এশ গৰু মাৰিলে বাঘৰো মৰণ! বটদ্ৰৱাত আটক হ'ল দুই ছাগলী চোৰ  •  তামুলপুৰৰ নাগ্ৰীজুলিত উদ্ধাৰ অৰ্ধগলিত মৃতদেহ...  •  বাহুবলী ট্ৰেফিক পুলিচ! কোকৰাঝাৰত ঘোচা মাৰি ভাঙিলে মহিলাৰ মুখ, VIDEO  •  শুদ্ধ এন আৰ চিৰ বাবে প্ৰতীক হাজেলাৰ বিৰুদ্ধে লোকজাগৰণ মঞ্চৰ প্ৰতিবাদ  •  অসম-মেঘালয় সীমান্তৱৰ্তী মেঘালয়ৰ জিঞ্জিৰামত মহিলাৰ মৃতদেহ উদ্ধাৰ, স্বামীয়ে হত্যা কৰি পেলাই দিয়াৰ সন্দেহ  •  গোলাঘাটৰ নাওজানত ডিটেনচন কেম্পলৈ প্ৰেৰণ এজনক  •  টীম ইণ্ডিয়াৰ বেটিং, বলিং আৰু ফিল্ডিঙৰ বাবে ৩জনকৈ প্ৰশিক্ষকৰ নাম মনোনীত...  •  চন্দ্ৰযান-২ৰ সফলতা, পৃথিৱীলৈ পঠিয়ালে প্ৰথমখন চন্দ্ৰৰ ফটো...  •  চন্দ্ৰযান-২ৰ সফলতা, পৃথিৱীলৈ পঠিয়ালে প্ৰথমখন চন্দ্ৰৰ ফটো...

শ্ৰী লংকাৰ ধাৰাবাহিক বিস্ফোৰণত নিহত ২০৭ জন, ৭ জনক আটক

575
  • শ্ৰী লংকাৰ ধাৰাবাহিক বিস্ফোৰণত নিহত ২০৭ জন।
  • ৰাষ্ট্ৰখনৰ চৰকাৰী সূত্ৰই সদৰি কৰিছে এই কথা।
  • আহত হৈছে ৫ শতাধিক লোক।
  • দেওবাৰে পুৱা শ্ৰীলংকাৰ বিভিন্ন স্থানত সংঘটিত হৈছিল ৮টাকৈ ধাৰাবাহিক বিস্ফোৰণ।
  • ঘটনা সন্দৰ্ভত ইতিমধ্যে ৭ জনক আটক কৰা হৈছে।
  • বিস্ফোৰণৰ পিছতে দেওবাৰে সান্ধ্য আইন জাৰি কৰিছে প্ৰতিৰক্ষা মন্ত্ৰণালয়ে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি