শ্ৰী লংকাৰ ধাৰাবাহিক বিস্ফোৰণত নিহত ২০৭ জন, ৭ জনক আটক

শ্ৰী লংকাৰ ধাৰাবাহিক বিস্ফোৰণত নিহত ২০৭ জন, ৭ জনক আটক
  • শ্ৰী লংকাৰ ধাৰাবাহিক বিস্ফোৰণত নিহত ২০৭ জন।
  • ৰাষ্ট্ৰখনৰ চৰকাৰী সূত্ৰই সদৰি কৰিছে এই কথা।
  • আহত হৈছে ৫ শতাধিক লোক।
  • দেওবাৰে পুৱা শ্ৰীলংকাৰ বিভিন্ন স্থানত সংঘটিত হৈছিল ৮টাকৈ ধাৰাবাহিক বিস্ফোৰণ।
  • ঘটনা সন্দৰ্ভত ইতিমধ্যে ৭ জনক আটক কৰা হৈছে।
  • বিস্ফোৰণৰ পিছতে দেওবাৰে সান্ধ্য আইন জাৰি কৰিছে প্ৰতিৰক্ষা মন্ত্ৰণালয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in