২০২০-২১ত ৰাজ্যৰ কোনে কোনে পালে ক্ৰীড়া পেঞ্চন আৰু ৫০হাজাৰ টকাকৈ এককালীন সাহায্য, পঢ়ক সবিশেষ…

২০২০-২১ত ৰাজ্যৰ কোনে কোনে পালে ক্ৰীড়া পেঞ্চন আৰু ৫০হাজাৰ টকাকৈ এককালীন সাহায্য, পঢ়ক সবিশেষ…

ডিজিটেল ডেস্কঃ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ৰাজ্য চৰকাৰে ঘোষণা কৰিছে ৰেগুলাৰ স্পৰ্টছ পেঞ্চনৰ তালিকা। ৰাজ্যৰ ৪০গৰাকী খেলুৱৈক দিয়া হ'ব ২০২০-২১ বৰ্ষৰ ৰেগুলাৰ স্পৰ্টছ পেঞ্চন। ৮০০০ টকাকৈ প্ৰদান কৰা হ'ব খেলুৱৈসকলক। তদুপৰি আৰ্থিকভাৱে সহায় কৰাৰ উদ্দেশ্যে ৫০,০০০ টকাকৈ ৪০গৰাকী খেলুৱৈক দিয়া হ'ব এককালীন সাহায্য।

ক্ৰীড়া পেঞ্চন লাভ কৰা সকল ক্ৰমে- বৰপেটাৰ ভূপেন্দ্ৰ নাথ দাস, বৰপেটাৰ লক্ষী কান্ত দাস, বৰপেটাৰ বিৰাজ কুমাৰ ওজা, বঙাইগাঁৱৰ অনু ৰাম ৰয়, কাছাৰৰ জাহাৰ লাল প'ল, কাছাৰৰ ইৰ্শ্বাদ আলী বৰভূঞা, চৰাইদেউৰ মানিক দত্ত, চৰাইদেউৰ পোৱাল চন্দ্ৰ, ধেমাজিৰ খিৰোদ দিহিঙিয়া, ডিব্ৰুগড়ৰ খিনেশ্বৰ গগৈ, ডিব্ৰুগড়ৰ শশীন্দ্ৰ লাল ভূঞা, ডিব্ৰুগড়ৰ পুলিন শৰ্মা, যোৰহাটৰ অজিত দাস, যোৰহাটত ৰাতুল বৰুৱা, যোৰহাটৰ লক্ষ্মী নাথ ফুকন, কামৰূপ মেট্ৰৰ অমল কান্তি প'ল, কামৰূপ মেট্ৰৰ অশ্বিত কুমাৰ দাস, কামৰূপ মেট্ৰৰ বিপুল শৰ্মা, কামৰূপ মেট্ৰৰ কল্যাণ কুমাৰ দাস, কামৰূপ মেট্ৰৰ অব্দুৰ ৰোব, কামৰূপ মেট্ৰৰ মলং আও, কামৰূপ মেট্ৰৰ শৰৎ চন্দ্ৰ কলিতা, কামৰূপ মেট্ৰৰ গৌতম হাজৰিকা, কামৰূপ মেট্ৰৰ বীৰেন্দ্ৰ কুমাৰ সিং, কামৰূপ মেট্ৰৰ অনুপ কুমাৰ চৌধুৰী, কোকৰাঝাৰৰ মাইকেল ব্ৰহ্ম, মাজুলীৰ বোচাৰাম বৰুৱা, মাজুলীৰ চন্দ্ৰ কান্ত নাথ, মৰিগাঁৱৰ বগীৰাম কোঁৱৰ, নগাঁৱৰ প্ৰণৱ কুমাৰ বৰা, নগাঁৱৰ কমল চন্দ্ৰ নাথ, নলবাৰীৰ পৰেশ চন্দ্ৰ শৰ্মা, নলবাৰীৰ ত্ৰিকেন দাস, শোণিতপুৰৰ ৰূপ কুমাৰ কাকতি, শোণিতপুৰৰ মহেন্দ্ৰ নাথ শৰ্মা, তিনিচুকীয়াৰ ভবানন্দ চেতীয়া, তিনিচুকীয়াৰ শশীধৰ দুৱৰা, ওদালগুৰিৰ ধৰ্মেশ্বৰ দৈমাৰী, ওদালগুৰিৰ দিলিপ কুমাৰ বৰুৱা, ওদালগুৰিৰ ৱিলছন দৈমাৰী।

ইফালে, ৫০ হাজাৰ টকাকৈ এককালীন সাহায্য লাভ কৰা খেলুৱৈসকল ক্ৰমে- বৰপেটাৰ শ্ৰীপদ চৌধুৰী, বঙাইগাঁৱৰ তৰুণ কুমাৰ চৌধুৰী, দৰঙৰ মৃদুল দত্ত তামুলী, ধেমাজিৰ তৰুণ মিলি, ডিব্ৰুগড়ৰ তৰুণ ডেকা বৰুৱা, ডিব্ৰুগড়ৰ যতীন বৰা, ডিব্ৰুগড়ৰ ডনুতা দমন ৰাজকোঁৱৰ, গোৱালপাৰাৰ নবীন চন্দ্ৰ দৈমাৰী, গোৱালপাৰাৰ আনন্দ দৈমাৰী, যোৰহাটৰ ইশ্বৰ প্ৰসাদ বৰঠাকুৰ, যোৰহটাৰ ঝুলা শৰ্মা, কামৰূপ মেট্ৰৰ মছেহুদ্দিন আহমেদ, কামৰূপ মেট্ৰৰ গণেশ প'ল, কামৰূপ মেট্ৰৰ আফতাব হুছেইন, কামৰূপ মেট্ৰৰ আম্বা শইকীয়া পাটগিৰি, কামৰূপ মেট্ৰৰ যাদু গগৈ, কামৰূপ মেট্ৰৰ কুঞ্জ মোহন ঘোষ, কামৰূপ মেট্ৰৰ ৰতন কুমাৰ দত্ত, কামৰূপ মেট্ৰৰ চিন্ময় শৰ্মা, কৰিমগঞ্জৰ পীয়ুষ কান্তি ধাৰ, কোকৰাঝাৰৰ কৃষ্ণ কান্ত বসুমতাৰী, লখিমপুৰৰ অলোক গগৈ, লখিমপুৰৰ পৰমানন্দ বৰুৱা, মাজুলী অনন্ত দত্ত, মাজুলীৰ খগেন বৰা, মাজুলীৰ অৰুণ বৰা, মাজুলীৰ পূৰ্ণ শইকীয়া, নগাঁৱৰ পংকজ কুমাৰ শইকীয়া, নগাঁৱৰ সুভাষ চন্দ্ৰ দেৱনাথ, নলবাৰীৰ ব্ৰজেন্দ্ৰ নাথ শৰ্মা, নলবাৰীৰ দিলীপ কুমাৰ শৰ্মা, শিৱসাগৰৰ প্ৰশান্ত ৰামাস্বামী, শিৱসাগৰৰ ৰাণা খান, শিৱসাগৰৰ আনন্দ বৰুৱা, শোণিতপুৰৰ তপন দত্ত, শোণিতপুৰৰ ৰঞ্জন হাজৰিকা, তিনিচুকীয়াৰ জয়ন্ত গগৈ, তিনিচুকীয়াৰ জয়ন্ত ফুকন, ওদালগুৰিৰ স্বৰ্ণ দৈমাৰী, ওদালগুৰিৰ অৰবিন্দ দাস।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in