ভয়ংকৰ দৃশ্য! আপুনি পূৰ্বে নেদেখা বিস্ফোৰণ প্ৰত্যক্ষ কৰক, VIDEO

ভয়ংকৰ দৃশ্য! আপুনি পূৰ্বে নেদেখা বিস্ফোৰণ প্ৰত্যক্ষ কৰক, VIDEO

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীয়ে বাহনত সংযোগ কৰি আনিছিল আইইডি। আৰক্ষীয়ে মুকলি স্থানলৈ নি কৰিলে বিস্ফোৰণ। বৃস্পতিবাৰে পুৱাই বিস্ফোৰণ কৰা বাহনখনত ২০ কিলো ওজনৰ আইইডি আছিল বুলি জানিব পৰা গৈছে। চিআৰপিএফ আৰু পুলৱামা আৰক্ষীৰ তৎপৰতাতে এইয়া সম্ভৱ হোৱা বুলি জানিব পৰা গৈছে।

জানিব পৰা অনুসৰি বুধবাৰে ৰাতি আৰক্ষীয়ে লাভ কৰিছিল এই খবৰ। সন্ত্ৰাসবাদীয়ে বাহনত আইইডি সংস্থাপন কৰি অনা বুলি খবৰ লাভ কৰিছিল আৰক্ষীয়ে। তাৰ পিছতে বাহনখন বিচাৰি অভিযান আৰম্ভ কৰা হৈছিল। অৱশ্যে চালকজন পলাই যায় বুলি এক সূত্ৰই সদৰি কৰিছে।এই খবৰ পোৱাৰ পাছতে স্থানীয় মানুহবিলাকক সেই স্থানৰ পৰা আৰক্ষীয়ে আতৰাই পঠাইছিল। তাৰ পাছতে ছিটু নামৰ স্থানত এই বিস্ফোৰণ কৰা হয়।

https://www.facebook.com/asomiya.pratidin/videos/569316077303489/

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in