২০১৯ বৰ্ষৰ বিষ্ণু ৰাভা বঁটা ঘোষণা…

২০১৯ বৰ্ষৰ বিষ্ণু ৰাভা বঁটা ঘোষণা…
  • ২০১৯ বৰ্ষৰ বিষ্ণু ৰাভা বঁটা ঘোষণা।
  • এই বৰ্ষত ৰেৱকান্ত মহন্ত আৰু কুমাৰী লাইতোনজম ইবেমপিশক দেৱীলৈ বঁটা।
  • গোৱালপাৰাত তহচিল ময়দানত ২০ জুনত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা হৈছে বিষ্ণু ৰাভা দিৱস।
  • মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰদান কৰিব বঁটা ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in