২০১৮ বৰ্ষৰ সাহিত্য অকাডেমী বঁটা ঘোষণা

২০১৮ বৰ্ষৰ সাহিত্য অকাডেমী বঁটা ঘোষণা
  • ২০১৮ বৰ্ষৰ সাহিত্য অকাডেমী বঁটা ঘোষণা ।
  • সনন্ত তাঁতিলৈ ২০১৮ বৰ্ষৰ সাহিত্য অকাডেমি বঁটা ।
  • 'কাইলৈৰ দিনটো আমাৰ হ'ব' শীৰ্ষক গ্ৰন্থৰ বাবে স্বীকৃতি প্ৰদান তাঁতিলৈ ।
  • বড়ো ভাষাৰ বাবে ঋতুৰাজ বসুমতাৰীলৈ সাহিত্য অকাডেমী বঁটা ।
  • 'ডৌংছে লামা' নামৰ বড়ো ভাষাৰ গ্ৰন্থখনৰ বাবে বসুমতাৰীলৈ এই বঁটা ।
  • বহু অনুৰাগীয়ে শুভেচ্ছা জ্ঞাপন কৰিছে বিশিষ্ট সাহিত্যিক দুগৰাকীক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in