কোৰোনাৰ সংহাৰঃ পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰি বিগত ২৪ঘন্টাত ভাৰতত মৃত্যু ২০০৩গৰাকী…

কোৰোনাৰ সংহাৰঃ পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰি বিগত ২৪ঘন্টাত ভাৰতত মৃত্যু ২০০৩গৰাকী…
  • কোৰোনাই অধিক ভয়াৱহ ৰূপ ধাৰণ কৰিছে ভাৰতত।
  • বিগত ২৪ঘন্টাত ভাৰতত ২০০৩গৰাকী লোকৰ মৃত্যু।
  • এই সংখ্যা হৈছে বৰ্তমানলাৈ সৰ্বাধিক।
  • ইফালে বিগত ২৪ঘন্টাত আক্ৰান্ত হৈছে ১০,৯৭৪গৰাকী লোক।
  • কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে সদৰি কৰা অনুসৰি ভাৰতত বৰ্তমানলৈ কোৰোনাত আক্ৰান্ত ৩,৫৪,০৬৫গৰাকী।
  • ইযাৰে ১,৮৬,৯৩৫গৰাকী ৰোগী সুস্থ হৈ উভতিছে ঘৰলৈ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in