কোকৰাঝাৰত ইউপিপিএলত যোগদান বহু দল–সংগঠনৰ ২০০ কৰ্মীৰ

কোকৰাঝাৰত ইউপিপিএলত যোগদান বহু দল–সংগঠনৰ ২০০ কৰ্মীৰ
  • কোকৰাঝাৰত ইউপিপিএলত যোগদান বিভিন্ন দল–সংগঠনৰ প্ৰায় ২০০ কৰ্মীৰ ।
  • কোকৰাঝাৰত ইউপিপিএলৰ এখন দলীয় সভাত যোগদান।
  • ইউপিপিএলৰ সভাপতি ইউ জি ব্ৰহ্ম আৰু জ্যেষ্ঠ নেতাসকলে দলটোত যোগদান কৰাসকলক উষ্ম আদৰণি জনালে।
  • আগন্তুক লোকসভা নিৰ্বাচনত ইউপিপিএলে কোকৰাঝাৰ আৰু মঙলদৈ সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াব বুলি মন্তব্য ইউ জি ব্ৰহ্মৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in