পশ্চিম কাৰ্বি আংলঙত APHLC দলৰ ২০ টাকৈ কাৰ্যালয় ভাঙি লণ্ডভণ্ড…

পশ্চিম কাৰ্বি আংলঙত APHLC  দলৰ ২০ টাকৈ কাৰ্যালয় ভাঙি লণ্ডভণ্ড…
  • পশ্চিম কাৰ্বি আংলঙত চাঞ্চল্য।
  • নিৰ্বাচনৰ পূৰ্বেই দুৰ্বৃত্তই ভাঙিলে নিৰ্বাচনী কাৰ্যালয়।
  • দুৰ্বৃত্তই ভাঙি লণ্ড ভণ্ড কৰিলে APHLC দলৰ বুথ কাৰ্যালয়।
  • ২০টাকৈ কাৰ্যালয় মুকলিৰ পূৰ্বেই ভাঙি লণ্ড ভণ্ড।
  • আজি মুকলি কৰাৰ কথা আছিল কাৰ্যালয়কেইটা।
  • বিজেপি-আৰএছএছৰ কৰ্মীয়ে ভঙাৰ অভিযোগ বিক্রম হাঞ্চেৰ।
  • বিক্রম হাঞ্চে APHLCৰ বিথুং ৰেংথামা সমষ্টিৰ প্রাৰ্থী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in