শেহতীয়া খবৰ
এছকাৰ্ড বেংকৰ সকলো বিত্তীয় লেনদেনৰ নথি জব্দৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ...  •  পথৰ ওপৰত ট্ৰেভেলাৰ বাগৰি ছজনকৈ লোক আহত....  •  সোণৰ চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানঃ কুখ্যাত ব্যৱসায়ী ছাহজামালক গ্ৰেপ্তাৰ, ২৭ লাখ টকা জব্দ...  •  মঙলদৈত ভৰা নদীত পৰি এজনৰ মৃত্যু...  •  ৰৌতাত জলসিঞ্চন বিভাগৰ বিৰুদ্ধে ক্ষোভ কৃষকৰ : হাতে হাতে দাঁ, কোৰ লৈ ওলাই আহিল সাধাৰণ কৃষক...  •  ছিপাঝাৰৰ পশ্চিম কুৰুৱাত নাও দুৰ্ঘটনাঃ ৪ জনক উদ্ধাৰ, এতিয়াও সন্ধানহীন আন এজন...  •  নগাওঁ শেনচোৱাত বাগৰি পৰা ট্ৰেভালৰত খুন্দা ছুইফট বাহনৰ...  •  মাৰ্ঘেৰিটাৰ পৰা অৰুণাচললৈ সৰবৰাহৰ যো-জা চলোৱা ১৮ টা গৰুসহ বলেৰ' পিকআপ গাড়ী জব্দ...  •  নগাঁও-হোজাইত দেওঁবাৰে জ্বলিব ড্ৰাগছ...  •  সীমান্তৰ ভালুকমাৰীগাঁৱত অসমৰ লোকক এঘৰীয়া কৰাৰ ষড়যন্ত্ৰ ব্যৰ্থ...

পশ্চিম কাৰ্বি আংলঙত APHLC দলৰ ২০ টাকৈ কাৰ্যালয় ভাঙি লণ্ডভণ্ড…

  • পশ্চিম কাৰ্বি আংলঙত চাঞ্চল্য।
  • নিৰ্বাচনৰ পূৰ্বেই দুৰ্বৃত্তই ভাঙিলে নিৰ্বাচনী কাৰ্যালয়।
  • দুৰ্বৃত্তই ভাঙি লণ্ড ভণ্ড কৰিলে APHLC দলৰ বুথ কাৰ্যালয়।
  • ২০টাকৈ কাৰ্যালয় মুকলিৰ পূৰ্বেই ভাঙি লণ্ড ভণ্ড।
  • আজি মুকলি কৰাৰ কথা আছিল কাৰ্যালয়কেইটা।
  • বিজেপি-আৰএছএছৰ কৰ্মীয়ে ভঙাৰ অভিযোগ বিক্রম হাঞ্চেৰ।
  • বিক্রম হাঞ্চে APHLCৰ বিথুং ৰেংথামা সমষ্টিৰ প্রাৰ্থী।