Published on:
Updated on:
- হিমাচলপ্ৰদেশৰ কুল্লু জিলাত ভয়ংকৰ পথ দুৰ্ঘটনা।
- কুল্লু জিলাৰ বনজাৰ এলেকাত দ' খাৱৈত বাগৰিল এখন বাছ।
- দুৰ্ঘটনাত গুৰুতৰভাৱে আহত প্ৰায় ২০জনকৈ লোক।
- দুৰ্ঘটনাগ্ৰস্ত বাহনখন প্ৰায় ৫০জনকৈ যাত্ৰী আছিল।
- বনজাৰৰ পৰা গাডাগুশ্বানি অভিমুখে গৈ আছিল বাছখন।
- উদ্ধাৰকাৰী দলে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান।
Code:
Asomiya Pratidin
www.asomiyapratidin.in