বিশেষ শ্ৰমিক ৰে’লত ৰহস্যজনকভাৱে উদ্ধাৰ ২টা মৃতদেহ…

বিশেষ শ্ৰমিক ৰে’লত ৰহস্যজনকভাৱে উদ্ধাৰ ২টা মৃতদেহ…
  • বুধবাৰে এখন বিশেষ শ্ৰমিক ৰে'লত ৰহস্যজনকভাৱে উদ্ধাৰ দুগৰাকী প্ৰবাসী শ্ৰমিকৰ মৃতদেহ।
  • মুম্বাইৰ পৰা বানাৰসীৰ মণ্ডুৱাদিহ ৰেল ষ্টেচন অভিমুখে বুধবাৰে পুৱাই যাত্ৰা আৰম্ভ কৰিছিল ৰেলখনে।
  • ইফালে, এই সন্দৰ্ভত ষ্টেচন মাষ্টৰ অৰুণ কুমাৰে কয়-
  • 'জিআৰপিয়ে এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।
  • 'মৃতদেহ উদ্ধাৰ হোৱা এজন পৰিয়ালৰ সৈতে আৰু আনজন অকলে ৰে'লখনত যাত্ৰা কৰিছিল।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in