শেহতীয়া খবৰ
মহাতাৰকা অমিতাভ বচ্চন বৰ্তমান সংকটমুক্তঃ ডাঃ ৰণদ্বীপ গুলেৰীয়া  •  ৰাজ্যিক বিজেপিত আৰম্ভ হৈছে নেকি যদুকূল ধ্বংসৰ আখৰা? কোৰোনাৰ মাজতে শিলাদিত্যৰ ধুমুহা...  •  জিএমচিএইচত পিপিই কিট পৰিধান কৰি ৮-৯ ঘন্টা কৰ্তব্য কৰা নাৰ্ছ হঠাৎ হ’ল অসুস্থ... VIDEO  •  জলশাক কন্টেইনমেন্ট জ’ন ঘোষণা মুম্বাই পৌৰ নিগমৰ  •  ভাৰতীয় ৰিজাৰ্ৱ বেংকৰ ডেপুটি গৱৰ্ণৰৰ বাবে ৮ গৰাকী প্ৰতিদ্বন্দী  •  বিকাশ ডুবে এনকাউন্টাৰৰ তদন্ত কমিটি গঠন  •  বটদ্ৰৱাত সৰ্পদংশনত এজনৰ মৃত্যু  •  তামুলপুৰত বেংক বিষয়া কোৰোনাত আক্ৰান্ত  •  অসমৰ গৌৰাংগলাল দাস হ’ব টাইৱানত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত  •  জম্মু-কাশ্মীৰত সংঘৰ্ষত সন্ত্ৰাসবাদী নিহত

বিশেষ শ্ৰমিক ৰে’লত ৰহস্যজনকভাৱে উদ্ধাৰ ২টা মৃতদেহ…

307
  • বুধবাৰে এখন বিশেষ শ্ৰমিক ৰে’লত ৰহস্যজনকভাৱে উদ্ধাৰ দুগৰাকী প্ৰবাসী শ্ৰমিকৰ মৃতদেহ।
  • মুম্বাইৰ পৰা বানাৰসীৰ মণ্ডুৱাদিহ ৰেল ষ্টেচন অভিমুখে বুধবাৰে পুৱাই যাত্ৰা আৰম্ভ কৰিছিল ৰেলখনে।
  • ইফালে, এই সন্দৰ্ভত ষ্টেচন মাষ্টৰ অৰুণ কুমাৰে কয়-
  • ‘জিআৰপিয়ে এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।
  • ‘মৃতদেহ উদ্ধাৰ হোৱা এজন পৰিয়ালৰ সৈতে আৰু আনজন অকলে ৰে’লখনত যাত্ৰা কৰিছিল।’
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি