প্ৰতীকি ফটো
Published on:
Updated on:
- নতুনকৈ কোৰোনা ধৰা পৰা লোক ২জন গুৱাহাটীৰ বুলি জানিব পৰা গৈছে।
- দুয়োজন লোকে কাম কৰিছিল গুৱাহাটীত আলু গুডামত।
- এই খবৰ বিয়পাৰ লগে লগে আতংকৰ সৃষ্টি হৈছে গুৱাহাটীত।
- কাৰণ সেই আলু গুডামৰ পৰা ই বিভিন্ন প্ৰান্তলৈ আলু গৈছিল।
- উল্লেখ্য যে, অসমত এতিয়ালৈকে কোৰোনাত আক্ৰান্ত হৈছে মুঠ ৯১ জন লোক।
- ইফালে এতিয়ালৈকে আৰোগ্য হৈছে- ৪১ গৰাকী লোক।
- এতিয়াও হাস্পতালত আছে ৪৬ গৰাকী।
- ২ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে অসমত।
Code:
Asomiya Pratidin
www.asomiyapratidin.in