আগমনীত আৰক্ষীৰ জালত ২ বলাৎকাৰী

আগমনীত আৰক্ষীৰ জালত ২ বলাৎকাৰী
  • আগমনীত বলাৎকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।
  • অভিযানত আৰক্ষীৰ জালত পৰে দুজন লোক।
  • ধৃত লোকদুজন ৰাজদ্বীপ বৰুৱা আৰু ৰফিজুল ৰহমান মণ্ডল।
  • দুয়োজন লোকৰ বিৰুদ্ধে ছাত্ৰীক বলাৎকাৰ কৰাৰ অভিযোগ।
  • মঙলবাৰে লোক দুজনে বলাৎকাৰ কৰাৰ অভিযোগ ছাত্ৰীগৰাকীক।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in