ৰাজ্যত বিষাক্ত সুৰাৰ বিভীষিকা, মৃতকৰ পৰিয়াললৈ ২ লাখ টকাৰ সাহায্য…

ৰাজ্যত বিষাক্ত সুৰাৰ বিভীষিকা, মৃতকৰ পৰিয়াললৈ ২ লাখ টকাৰ সাহায্য…
  • ৰাজ্যত বৃহৎ সুৰা ট্ৰেজেডি।
  • মৃত্যু হোৱা লোকৰ সংখ্যা ৯৯ জনলৈ বৃদ্ধি।
  • মৃত্যু হোৱা লোকৰ পৰিয়াললৈ ২ লাখ টকাকৈ সাহায্য।
  • অসুস্থ লোকলৈ ৫০ হাজাৰ টকাৰ এককালীন সাহায্য।
  • তিতাবৰত মুখ্যমন্ত্ৰীয়ে কৰিলে এই ঘোষণা ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in