দেওবাৰ দিনটোত ভাল খবৰ…

দেওবাৰ দিনটোত ভাল খবৰ…

ডিজিটেল ডেস্কঃ ধাৰাবাহিকভাৱে চতুৰ্থ দিনাও হ্ৰাস পালে পেট্ৰ'ল-ডিজেলৰ মূল্য। দেওবাৰে প্ৰতিলিটাৰ পেট্ৰ'লত ১২ পইচা আৰু ডিজেল প্ৰতিলিটাৰত ২১ পইচাকৈ হ্ৰাস পাইছে। বিগত ৪ টা দিনত পেট্ৰ'লত মুঠ ৩৬ পইচা আৰু ডিজেলত ৫৫ পইচা হ্ৰাস পাইছে। দেওবাৰে দিল্লীত পেট্ৰ'লৰ মূল্য ৭১.৬৭ আৰু ডিজেলৰ মূল্য ৬৫.৩৮ টকা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in