শেহতীয়া খবৰ
পথ দুৰ্ঘটনাত মন্ত্ৰী পুত্ৰসহ নিহত ৩  •  শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ সোণালী জয়ন্তীৰ প্ৰস্তুতি তুংগত  •  কিছু সময়ৰ পিছতে প্ৰকাশ পাব এন আৰ চিৰ অতিৰিক্ত কৰ্তন তালিকা  •  মন্ত্ৰী নৱ দলেৰ গৃহ পঞ্চায়তত কৃষি বান্ধৰ দুৰ্নীতি, ২০ লাখৰ ঠাইত খৰচ নকৰিলে ১০ হাজাৰো, কাম নকৰাকৈয়ে সৰকালে ৮.৮০ লাখ টকা  •  ড° অনামিকা ৰায় সোঁৱৰণী ন্যাসৰ উদ্যােগত ৰোগীৰ অধিকাৰ দিৱস উদযাপন  •  ক্ৰিকেট বিশ্বকাপত অষ্ট্ৰেলিয়াৰ সন্মুখত শিৰণত আয়োজক দেশ ইংলেণ্ড  •  পৰস্ত্ৰীৰ অশ্লীল ফটো ছ'চিয়েল মিডিয়াত ভাইৰেল কৰি ৰঙাঘৰত সোমাল বদৰপুৰৰ সেনা জোৱান  •  প্ৰাক্তন ক্ৰিকেটাৰ, গুৱাহাটী কমাৰ্চ কলেজৰ প্ৰাক্তন অধ্যক্ষ উমেশ শৰ্মাৰ দেহাৱসান  •  মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মাৰ্ঘেৰিটা কয়লা চিণ্ডিকেটত জড়িত বুলি কৰা সাংসদ প্ৰদ্যুৎ বৰদলৈৰ মন্তব্যৰ বিৰুদ্ধে পুত্তলিকা দাহেৰে বিজেপিৰ উত্তাল প্ৰতিবাদ  •  টীয়ক বৈদ্যুতিক উপ সংমণ্ডলত আছুৱে ওলমালে তলা, বিদ্যুৎ নিয়মীয়াকৰণৰ দাবী

দেওবাৰ দিনটোত ভাল খবৰ…

759

ডিজিটেল ডেস্কঃ ধাৰাবাহিকভাৱে চতুৰ্থ দিনাও হ্ৰাস পালে পেট্ৰ’ল-ডিজেলৰ মূল্য। দেওবাৰে প্ৰতিলিটাৰ পেট্ৰ’লত ১২ পইচা আৰু ডিজেল প্ৰতিলিটাৰত ২১ পইচাকৈ হ্ৰাস পাইছে। বিগত ৪ টা দিনত পেট্ৰ’লত মুঠ ৩৬ পইচা আৰু ডিজেলত ৫৫ পইচা হ্ৰাস পাইছে। দেওবাৰে দিল্লীত পেট্ৰ’লৰ মূল্য ৭১.৬৭ আৰু ডিজেলৰ মূল্য ৬৫.৩৮ টকা।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি