নগাঁৱত পুনৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ দুই ড্ৰাগছ সৰবৰাহকাৰী..

নগাঁৱত পুনৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ দুই  ড্ৰাগছ সৰবৰাহকাৰী..
  • নগাঁৱত দুই ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ।
  • বৈদ্যটূপৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে দুই ড্ৰাগছ ব্যৱসায়ীক।
  • বৈদ্যটূপ দলঙৰ ওচৰত খাপ পিটি কৰায়ত্ব কৰে আৰক্ষীয়ে।
  • আৰক্ষীয়ে দুই সৰবৰাহকাৰীৰ পৰা ২১ টা কন্টেনাৰ জব্দ কৰিছে।
  • হেৰ'ইন ভৰ্তি ২১ টা কন্টেনাৰ বিক্ৰিৰ বাবে আনিছিল সৰবৰাহকাৰী কেইটাই।
  • ব্যৱসায়ী দুজনৰ জিম্মাৰ পৰা এ এছ ২১ ৩৫০১ নম্বৰৰ মটৰচাইকেলখনো জব্দ আৰক্ষীৰ।
  • গ্ৰেপ্তাৰ হোৱা ড্ৰাগছ ব্যৱসায়ী দুজনৰ নাম ইৰফানুল হক আৰু দুলাল উদ্দিন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in