জম্মু কাশ্মীৰত সন্ত্ৰাসবাদী আক্ৰমণঃ গুলিয়াই হত্যা কৰিলে ২ আৰক্ষীক…

জম্মু কাশ্মীৰত সন্ত্ৰাসবাদী আক্ৰমণঃ গুলিয়াই হত্যা কৰিলে ২ আৰক্ষীক…
  • জম্মু কাশ্মীৰৰ শ্ৰীনগৰ চহৰত শুকুৰবাৰে সন্ত্ৰাসবাদীয়ে ২ জন আৰক্ষীৰ লোকক গুলিয়াই হত্যা কৰে।
  • খুবেই ওচৰৰ পৰা গুলি নিক্ষেপ কৰাত থিতাতে নিহত আৰক্ষীৰ দুজন।
  • বিগত তিনি দিনৰ ভিতৰত অঞ্চলটোত এয়া ২য় টো ঘটনা।
  • চিচিটিভিৰ কেমেৰাত বন্দী হৈছে সমগ্ৰ ঘটনাটো।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in