টিংৰাই গ্ৰেনেড বিস্ফোৰণৰ সৈতে জড়িত ২জনক গ্ৰেপ্তাৰ…

টিংৰাই গ্ৰেনেড বিস্ফোৰণৰ সৈতে জড়িত ২জনক গ্ৰেপ্তাৰ…
  • ডিগবৈ টিংৰাইৰ গ্ৰেনেড বিস্ফোৰণৰ লগত জড়িত দুজনক গ্ৰেপ্তাৰ ।
  • সেনা আৰু আৰক্ষীয়ে নিজ বাসগৃহৰ পৰাই গ্ৰেপ্তাৰ কৰে অভিযুক্ত দুজনক ।
  • বাইক চালক ৰঞ্জিত চাংমাই আৰু আৰোহী হীৰেন গগৈ ওৰফে মনু গ্ৰেপ্তাৰ ।
  • আৰক্ষীয়ে উদ্ধাৰ কৰে এখন পালচাৰ বাইক ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in