প্ৰথম পৰ্যায়ৰ নিৰ্বাচনঃ আজি মনোনয়নৰ অন্তিম দিন…

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • আজি প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ মনোনায়ন দাখিলৰ অন্তিম দিন।
  • বৰ্তমানলৈ ১১২খন মনোনয়ন পত্ৰ দাখিল কৰা হৈছে।
  • ৪৭টা সমষ্টিত ৫২গৰাকী প্ৰাৰ্থীয়ে দাখিল কৰিছে মনোনয়ন।
  • সোমবাৰে নিশা ৮ বজালৈকে এই তথ্য সদৰি কৰিছে নিৰ্বাচন বিভাগৰ তৰফৰ পৰা।
  • ইফালে আজি অন্তিমটো দিনত মাজুলীত মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰীয়ে।
  • প্ৰথম পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া প্ৰায় সংখ্যক প্ৰাৰ্থীয়েই দাখিল কৰিছে মনোনয়ন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in