বুধবাৰে যোৰহাটতো ড্ৰাই ডে

বুধবাৰে যোৰহাটতো ড্ৰাই ডে
  • কামৰূপ মেট্ৰত পাছতে বুধবাৰে যোৰহাটতো ড্ৰাই ডে ঘোষণা।
  • জিলাখনৰ সকলো সুৰাৰ বিপনী বন্ধৰ নিৰ্দেশ যোৰহাট প্ৰশাসনৰ।
  • সুৰাৰ বিপনীৰ লগতে পাইকাৰী পণ্যাগাৰ আৰু উৎপাদন কেন্দ্ৰয়ো থাকিব বন্ধ।
  • নিৰ্দেশ অমান্য কৰিলে কঠোৰ শাস্তি প্ৰদানৰ ঘোষণা প্ৰশাসনৰ।
  • মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱৰ বাবে এই ঘোষণা।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in