ঘন কুঁৱলীৰ বাবে দিল্লীত ১৮খনকৈ ৰে’লৰ সময়সূচী সলনি

ঘন কুঁৱলীৰ বাবে দিল্লীত ১৮খনকৈ ৰে’লৰ সময়সূচী সলনি
  • দিল্লীত মঙলবাৰে ঘন কুঁৱলীৰ ফলত ৰেলৰ সময়সূচী সলনি।
  • ঘন কুঁৱলীৰ ফলত সয়মসূচী সলনি বহু কেইখন ৰে'লৰ।
  • ১৮খনকৈ ৰেলৰ সময়সূচী সলনি কৰা হৈছে ঘন কুঁৱলীৰ বাবে।
  • ইতিমধ্যে বহু কেইখন ৰে'ল পলমকৈ উপস্থিত ৰেল ষ্টেচনত।
  • অসুবিধাৰ সন্মুখীন যাত্ৰীসকল।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in