শেহতীয়া খবৰ
এবছৰে পোৱা নাই দৰমহা, ডিমা হাচাওত ৫জুনৰ পৰা স্তদ্ধ হ'ব বিশুদ্ধ খোৱাপানীৰ যোগান... • কোকৰাঝাৰ আইন মহাবিদ্যালয়ৰ কোৱাৰেণ্টাইন চেণ্টাৰৰ পেলনীয়া সামগ্ৰীয়ে ভাবুকি কঢ়িয়াইছে জনজীৱনলৈ... • লামডিঙত চেলুন সন্থাৰ মৌন প্ৰতিবাদঃ চেলুন সমূহ খুলি দিয়াৰ দাবীৰে উপাযুক্তক স্মাৰক পত্ৰ প্ৰদান... • ধেমাজিত পুনৰ কোৰোনাত আক্ৰান্ত ২জন... • চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ শেষৰ দিনটোত পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰিলে কোৰোনাই... • আজি দিনৰ ১১বজাত প্ৰধানমন্ত্ৰীৰ 'মন কী বাত' • শনিবাৰৰ দিনটোত দেশত কোৰোনাত আক্ৰান্ত হ'ল ৮হাজাৰো অধিক লোক... • শনিবাৰৰ দিনটোত দেশত কোৰোনাত আক্ৰান্ত হ'ল ৮হাজাৰো অধিক লোক... • এমাহ ধৰি সন্ধানহীন ভকচং হাতীগড়ৰ দুই সন্তানৰ পিতৃ... • আৰু ৩১জনৰ দেহত কোভিড-১৯, বহিঃৰাজ্যৰ পৰা বিমানেৰে অহা ২০জন আক্ৰান্ত কোৰোনাত...

ৰাজ্যত পুনৰ ১৭জনৰ দেহত কোৰোনা, আক্ৰান্তৰ সংখ্যা ৩৪৬জনলৈ বৃদ্ধি…

1,039
  • আৰু ১৭জনৰ দেহত ধৰা পৰিল কোভিড-১৯।
  • কোৰোনাত আক্ৰান্ত লোক কেইজনৰ ভিতৰত ৪জন চিৰাং, ৪জন তিনিচুকীয়া, এজন গোৱালপাৰা, ৩জন কাছাৰ, ৩জন হাইলাকান্দিৰ আৰু ২জন ত্ৰিপুৰাৰ।
  • ৰাজ্যত কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা ৩৪৬জনলৈ বৃদ্ধি হৈছেগৈ।
  • ইয়াৰে ৫৭জন লোক সুস্থ হৈ উঠিছে।
  • আনহাতে, চিকিৎসাধীন হৈছে ২৮২জন ৰোগী।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি