ৰাজ্যত পুনৰ ১৭জনৰ দেহত কোৰোনা, আক্ৰান্তৰ সংখ্যা ৩৪৬জনলৈ বৃদ্ধি…

ৰাজ্যত পুনৰ ১৭জনৰ দেহত কোৰোনা, আক্ৰান্তৰ সংখ্যা ৩৪৬জনলৈ বৃদ্ধি…
  • আৰু ১৭জনৰ দেহত ধৰা পৰিল কোভিড-১৯।
  • কোৰোনাত আক্ৰান্ত লোক কেইজনৰ ভিতৰত ৪জন চিৰাং, ৪জন তিনিচুকীয়া, এজন গোৱালপাৰা, ৩জন কাছাৰ, ৩জন হাইলাকান্দিৰ আৰু ২জন ত্ৰিপুৰাৰ।
  • ৰাজ্যত কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা ৩৪৬জনলৈ বৃদ্ধি হৈছেগৈ।
  • ইয়াৰে ৫৭জন লোক সুস্থ হৈ উঠিছে।
  • আনহাতে, চিকিৎসাধীন হৈছে ২৮২জন ৰোগী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in