দিল্লীৰ বিধ্বংসী অগ্নিকাণ্ডত নিহতৰ সংখ্যা ১৭ জনলৈ বৃদ্ধি

দিল্লীৰ বিধ্বংসী অগ্নিকাণ্ডত নিহতৰ সংখ্যা ১৭ জনলৈ বৃদ্ধি
  • দিল্লীৰ কৰোল বাগত বিধ্বংসী অগ্নিকাণ্ড।
  • অগ্নিকাণ্ডত নিহতৰ সংখ্যা ১৭ জনলৈ বৃদ্ধি।
  • পূৰ্বতে নিহতৰ সংখ্যা আছিল ১৩ জন। তাৰে এটা কণমাণি আৰু এগৰাকী মহিলা।
  • বৰ্তমানেও অব্যাহত আছে উদ্ধাৰ অভিযান।
  • কৰোল বাগস্থিত অৰ্পিত হোটেলত জুইৰ সূত্ৰপাত।
  • আজি পুৱতি নিশা ৪ বজাত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা।
  • ঘটনাস্থলীত ২৬খন অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ নিৰ্বাপন কৰে জুই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in