বিহাৰৰ ১৫০খন আসনৰ ফলাফল ঘোষণা…

বিহাৰৰ ১৫০খন আসনৰ ফলাফল ঘোষণা…
  • বিহাৰত ১৫০খন আসনৰ চূড়ান্ত ফলাফল ঘোষণা হৈছে।
  • ভাৰতীয় জনতা পাৰ্টি ৪৪খন আসনত জয়ী হৈছে।
  • ৮খন আসনত জয়ী হৈছে কংগ্ৰেছ।
  • জনতা দল ইউনাইটেড জয়ী হৈছে ২৭খন আসনত।
  • ৰাষ্ট্ৰীয় জনতা দল জয়ী হৈছে ৪৭খন আসনত।
  • ভাৰতীয় জনতা পাৰ্টি বৰ্তমানলৈ আগবাঢ়ি আছে ২৮খন আসনত।
  • জনতা দল ইউনাইটেড আগবাঢ়ি আছে ১৬খন আসনত।
  • কংগ্ৰেছ আগবাঢ়ি আছে ১১খন আসনত।
  • ৰাষ্ট্ৰীয় জনতা দল আগবাঢ়ি আছে ৩০খন আসনত।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in