শেহতীয়া খবৰ
কাছাৰত বাৰ্মিজ চিগাৰেট-হিৰ’ইন সহ নিচাজাতীয় টেবলেট জব্দ...  •  অসমত পুনৰ ২১৬৭ জন কোভিড পজিটিভ, ৩৬জনে হেৰুৱালে প্ৰাণ...  •  নগাঁৱৰ ৰত্নপুৰৰ প্ৰকৃতিপ্ৰেমী ব্যক্তিয়ে কাছ মেলিলে বটদ্ৰৱা থানৰ আকাশী গংগাত...  •  বালাজান তিনালী ব্যৱসায়িক সন্থাৰ প্ৰতিষ্ঠা দিৱস উদযাপন...  •  কোৰোনাত আক্ৰান্ত ৰেল বিভাগ  •  মূৰত আছে মন্ত্ৰীৰ আশীৰ্বাদ, বিনা বাধাই চোৰাং তেলৰ কাৰবাৰ কৰা অগপ নেতাক গ্ৰেপ্তাৰ...  •  ৰাজ্যত আনল’কঃ কোন জিলাত কেতিয়াৰ পৰা সান্ধ্য আইন!  •  তিনি শিশুক তালিবানী নিৰ্যাতন চলোৱা জগত পেগুক কঠোৰ শাস্তি বিহাৰ দাবী দল-সংগঠনৰ...  •  বিশিষ্ট অধিবক্তা-সুলেখক দিলীপ হাজৰিকাৰ পত্নী অধ্যাপিকা বীণা হাজৰিকা আৰু নাই...  •  বিশিষ্ট অধিবক্তা-সুলেখক দিলীপ হাজৰিকাৰ পত্নী অধ্যাপিকা বীণা হাজৰিকা আৰু নাই...

বিহাৰৰ ১৫০খন আসনৰ ফলাফল ঘোষণা…

  • বিহাৰত ১৫০খন আসনৰ চূড়ান্ত ফলাফল ঘোষণা হৈছে।
  • ভাৰতীয় জনতা পাৰ্টি ৪৪খন আসনত জয়ী হৈছে।
  • ৮খন আসনত জয়ী হৈছে কংগ্ৰেছ।
  • জনতা দল ইউনাইটেড জয়ী হৈছে ২৭খন আসনত।
  • ৰাষ্ট্ৰীয় জনতা দল জয়ী হৈছে ৪৭খন আসনত।
  • ভাৰতীয় জনতা পাৰ্টি বৰ্তমানলৈ আগবাঢ়ি আছে ২৮খন আসনত।
  • জনতা দল ইউনাইটেড আগবাঢ়ি আছে ১৬খন আসনত।
  • কংগ্ৰেছ আগবাঢ়ি আছে ১১খন আসনত।
  • ৰাষ্ট্ৰীয় জনতা দল আগবাঢ়ি আছে ৩০খন আসনত।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি