অসমত কোৰোনাত আক্ৰান্ত ৰোগীৰ সংখ্যা ২লাখ ১২হাজাৰলৈ বৃদ্ধি…

অসমত কোৰোনাত আক্ৰান্ত ৰোগীৰ সংখ্যা ২লাখ ১২হাজাৰলৈ বৃদ্ধি…
  • শুকুৰবাৰৰ দিনটোত অসমত কোৰোনাত আক্ৰান্ত হৈ ২গৰাকী ৰোগীৰ মৃত্যু।
  • নতুনকৈ আক্ৰান্ত হৈছে ১৪৯গৰাকী ব্যক্তি।
  • ১৬০গৰাকী ৰোগীয়ে আজিৰ দিনটোত আৰোগ্য হৈ ঘৰলৈ উভটিছে।
  • উল্লেখ্য যে, অসমত কোৰোনাত আক্ৰান্ত মুঠ লোকৰ সংখ্যা হলগৈ ২লাখ ১২হাজাৰ ৩২গৰাকী।
  • ইয়াৰে ৯৮০গৰাকী লোকৰ মৃত্যু হৈছে।
  • বৰ্তমান ৩২৭২গৰাকী ৰোগী চিকিতসাধীন হৈ আছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in