শেহতীয়া খবৰ
পাগলদিয়া নৈৰ বাঢ়নি পানীৰ তলত বুৰ গৈছে খৈৰকুছি প্ৰাথমিক বিদ্যালয়...  •  মাজুলীত নাও দুৰ্ঘটনা, সন্ধানহীন এজন, কথমপি প্ৰাণৰক্ষা দুজনৰ...  •  নলবাৰীত পৰিয়ালকেন্দ্ৰিক সংঘাত! ভাইবোৱাৰীক দাৰে আক্ৰমণ...  •  বাটগাঁৱত পথ দুৰ্ঘটনা, কথমপি প্ৰাণ ৰক্ষা চেঙা জিলা পৰিষদৰ সদস্যৰ...  •  শিৱসাগৰত ড্ৰাগছসহ ৩ যুৱক আটক...  •  নলবাৰীত বিদ্যুৎ খুঁটা ভাঙি কথমপি প্ৰাণৰক্ষা ছাত্ৰীৰ...  •  এন‌আৰচিৰ বায়'মেট্ৰিক প্ৰক্ৰিয়াৰ বাবে মুকলিকৈ ধনদাবী কৰ্মচাৰীৰ! VIDEO  •  শিলচৰ ষ্টেচনত ৰে’লৰ শৌচালয়ত অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ...  •  হাইলাকান্দিত ১০ কোটি টকাৰ হীৰাসহ দুগৰাকী মহিলাক গ্ৰেপ্তাৰ...  •  চৰাইদেউত “গ্ৰীষ্মকালীন গীতৰ কৰ্মশালা”ৰ আয়োজন

১৪৪ ধাৰা চলি থকাৰ মাজতে মহানগৰীত শিক্ষকৰ প্ৰতিবাদ

366
  • মহানগৰীত ১৪৪ ধাৰা চলি থকাৰ মাজতে শিক্ষকৰ প্ৰতিবাদ।
  • লখৰাত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰতিবাদ সাব্যস্ত।
  • শিক্ষকৰ পদ সৃষ্টি, নতুন পেঞ্চন নীতি, বিদ্যালয় প্ৰাদেশিকীকৰণ আদিকে ধৰি বিভিন্ন দাবীত প্ৰতিবাদ শিক্ষকসকলৰ।
  • মহানগৰীত বৃহস্পতিবাৰে ১৪৪ ধাৰা জাৰি কৰিছিল প্ৰশাসনে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি