১৪৪ ধাৰা চলি থকাৰ মাজতে মহানগৰীত শিক্ষকৰ প্ৰতিবাদ

  • মহানগৰীত ১৪৪ ধাৰা চলি থকাৰ মাজতে শিক্ষকৰ প্ৰতিবাদ।
  • লখৰাত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰতিবাদ সাব্যস্ত।
  • শিক্ষকৰ পদ সৃষ্টি, নতুন পেঞ্চন নীতি, বিদ্যালয় প্ৰাদেশিকীকৰণ আদিকে ধৰি বিভিন্ন দাবীত প্ৰতিবাদ শিক্ষকসকলৰ।
  • মহানগৰীত বৃহস্পতিবাৰে ১৪৪ ধাৰা জাৰি কৰিছিল প্ৰশাসনে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in