গুৱাহাটী মহানগৰীত ১৪৪ ধাৰা জাৰি!

গুৱাহাটী মহানগৰীত ১৪৪ ধাৰা জাৰি!
  • ৰাজ্যত প্ৰতিবাদ দমনৰ বাবে তৎপৰ আৰক্ষী-প্ৰশাসন।
  • গুৱাহাটী মহানগৰীত ১৪৪ ধাৰা জাৰি।
  • দিছপুৰ, ভঙাগড়, বশিষ্ঠ, হাতীগাঁও থানা এলেকাত ১৪৪ ধাৰা জাৰি।
  • সোণাপুৰ আৰু ক্ষেত্ৰী আৰক্ষী থানা এলেকাটো ১৪৪ ধাৰা জাৰি কৰিছে প্ৰশাসনে।
  • ৫জনতকৈ অধিক লোক সমবেত হোৱাত বাধা আৰোপ আৰক্ষীৰ।
  • যিকোনো ধৰ্ণা, শ্ল'গানতে বাধা আৰোপ আৰক্ষীৰ।
  • আৰক্ষী বিষয়া ডঃ ৰমণদীপ কৌৰৰ প্ৰেছ বিবৃত্তিত এই কথা প্ৰকাশ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in