যোৰহাটত ১৪৪ ধাৰা জাৰি, দুচকীয়া বাহনত দুজন লোক উঠাত নিষেধাজ্ঞা প্ৰশাসনৰ

যোৰহাটত ১৪৪ ধাৰা জাৰি, দুচকীয়া বাহনত দুজন লোক উঠাত নিষেধাজ্ঞা প্ৰশাসনৰ
  • আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি সষ্টম যোৰহাট প্ৰশাসন।
  • জিলাখনত জাৰি কৰা হৈছে ১৪৪ ধাৰা।
  • নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত জিলাখনত শান্তি শৃংখলা বজাই ৰখাৰ বাবে এই পদক্ষেপ প্ৰশাসনৰ।
  • জিলাখনত কোনো কাৰণতে যাতে শান্তি-শৃংখলা বিঘ্নিত নহয়, তাৰ প্ৰতি নজৰ।
  • এতিয়াৰে পৰা জিলাখনত দুচকীয়া বাহনত ২ জন লোক উঠাত নিষেধাজ্ঞা।
  • অৱশ্যে এই নিষেধাজ্ঞাৰ পৰা ৰেহাই দিয়া হৈছে ১০ বছৰৰ তলৰ শিশু, ৬০ উৰ্ধ্বৰ লোক আৰু ৰোগীক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in