শেহতীয়া খবৰ
ৰাজ্যত আকৌ কোৰোনাত আক্ৰান্ত ৮জনে হেৰুৱালে প্ৰাণ, মৃত্যু হোৱা লোকৰ সংখ্যা ৫৮৬জনলৈ বৃদ্ধি...  •  ডিমাপুৰত গুলিবিদ্ধ অৱস্থাত উদ্ধাৰ ধেমাজিৰ যুৱক...  •  দৰঙত কোৰোনাত আক্ৰান্তৰ সংখ্যা ৩৬০৩ জনলৈ বৃদ্ধি...  •  মই কল্পনাই কৈছো- ‘ন্যায় লাগে মোক...’  •  চামগুৰিস্থিত পাৱাৰ গ্ৰীড ষ্টেচনত মন্ত্ৰী কেশৱ মহন্ত :বিদ্যুৎ ব্যাহত হোৱাত জ্বলাকলা খাইছে ৰাইজে...  •  বাতিল হোৱা এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত ছপাৰ দায়িত্বত আছিল বিজেপি নেতা...  •  মুখ্যমন্ত্ৰীয়ে উন্মোচন কৰিলে ড০ পানছাৰীৰ গ্ৰন্থ ‘বাতো বাতো মে’...  •  দেশত একেদিনাই সুস্থ হৈ উঠিল ১ লাখতকৈ অধিক কোৰোণাক্ৰান্ত ...  •  গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ হাটীবহাৰ পিছফালৰ পথত কৃত্ৰিম বানপানী...  •  ৩০ ছেপ্টেম্বৰত ঘোষণা হ’ব কৃষক মুক্তিৰ নেতৃত্বত ৭০ সংগঠনৰ ৰাজনৈতিক দলৰ নাম...

১৪ ডিচেম্বৰত চৰ-চাপৰি সাহিত্য পৰিষদে প্ৰদান কৰিব “ইছমাইল হোছেইন (জ্যেষ্ঠ) সোঁৱৰণী সম্প্ৰীতি সন্মান” আৰু “শ্বহীদ ওমৰ আলী সোঁৱৰণী ভাষা সন্মান”

191
  • বিশিষ্ট চিন্তাবিদ, অধ্যাপক আব্দুল মান্নানলৈ এইবৰ্ষৰ “ইছমাইল হোছেইন (জ্যেষ্ঠ) সোঁৱৰণী সম্প্ৰীতি সন্মান।”
  • ডঃ দীনেশ বৈশ্যলৈ “শ্বহীদ ওমৰ আলী সোঁৱৰণী ভাষা সন্মান।”
  • ১৪ ডিচেম্বৰ (শনিবাৰে) দিনৰ ১০ বজাত মহানগৰীৰ লক্ষীৰাম বৰুৱা সদনত প্ৰদান কৰা হ’ব এই সন্মান।
  • চৰ-চাপৰি সাহিত্য পৰিষদে প্ৰদান কৰিব এই সন্মান।
  • অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব লেখক, অৰ্থনীতিবিদ অনন্ত কলিতা।
  • কবি খবিৰ আহমেদে ইছমাইল হোছেইন সোঁৱৰণী সপ্তম বাৰ্ষিক বক্তৃতা প্ৰদান কৰিব।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি