১৪ ডিচেম্বৰত চৰ-চাপৰি সাহিত্য পৰিষদে প্ৰদান কৰিব “ইছমাইল হোছেইন (জ্যেষ্ঠ) সোঁৱৰণী সম্প্ৰীতি সন্মান” আৰু “শ্বহীদ ওমৰ আলী সোঁৱৰণী ভাষা সন্মান”

  • বিশিষ্ট চিন্তাবিদ, অধ্যাপক আব্দুল মান্নানলৈ এইবৰ্ষৰ "ইছমাইল হোছেইন (জ্যেষ্ঠ) সোঁৱৰণী সম্প্ৰীতি সন্মান।"
  • ডঃ দীনেশ বৈশ্যলৈ "শ্বহীদ ওমৰ আলী সোঁৱৰণী ভাষা সন্মান।"
  • ১৪ ডিচেম্বৰ (শনিবাৰে) দিনৰ ১০ বজাত মহানগৰীৰ লক্ষীৰাম বৰুৱা সদনত প্ৰদান কৰা হ'ব এই সন্মান।
  • চৰ-চাপৰি সাহিত্য পৰিষদে প্ৰদান কৰিব এই সন্মান।
  • অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব লেখক, অৰ্থনীতিবিদ অনন্ত কলিতা।
  • কবি খবিৰ আহমেদে ইছমাইল হোছেইন সোঁৱৰণী সপ্তম বাৰ্ষিক বক্তৃতা প্ৰদান কৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in