শেহতীয়া খবৰ
কাছাৰত বাৰ্মিজ চিগাৰেট-হিৰ’ইন সহ নিচাজাতীয় টেবলেট জব্দ...  •  অসমত পুনৰ ২১৬৭ জন কোভিড পজিটিভ, ৩৬জনে হেৰুৱালে প্ৰাণ...  •  নগাঁৱৰ ৰত্নপুৰৰ প্ৰকৃতিপ্ৰেমী ব্যক্তিয়ে কাছ মেলিলে বটদ্ৰৱা থানৰ আকাশী গংগাত...  •  বালাজান তিনালী ব্যৱসায়িক সন্থাৰ প্ৰতিষ্ঠা দিৱস উদযাপন...  •  কোৰোনাত আক্ৰান্ত ৰেল বিভাগ  •  মূৰত আছে মন্ত্ৰীৰ আশীৰ্বাদ, বিনা বাধাই চোৰাং তেলৰ কাৰবাৰ কৰা অগপ নেতাক গ্ৰেপ্তাৰ...  •  ৰাজ্যত আনল’কঃ কোন জিলাত কেতিয়াৰ পৰা সান্ধ্য আইন!  •  তিনি শিশুক তালিবানী নিৰ্যাতন চলোৱা জগত পেগুক কঠোৰ শাস্তি বিহাৰ দাবী দল-সংগঠনৰ...  •  বিশিষ্ট অধিবক্তা-সুলেখক দিলীপ হাজৰিকাৰ পত্নী অধ্যাপিকা বীণা হাজৰিকা আৰু নাই...  •  বিশিষ্ট অধিবক্তা-সুলেখক দিলীপ হাজৰিকাৰ পত্নী অধ্যাপিকা বীণা হাজৰিকা আৰু নাই...

ইটানগৰত ১৪ দিনলৈ বৃদ্ধি ল’কডাউন…

ডিজিটেল সংবাদ, ইটানগৰ: অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰ আৰু টাৱাং চহৰত লকডাউন ৩১ মে’লৈকে বৃদ্ধি কৰা হৈছে। এসপ্তাহ ধৰি ইটানগৰত ১০ মে’ৰ পৰা সম্পূৰ্ণ লকডাউন চলি আছিল । কিন্তু এই সপ্তাহজোৰা লকডাউনৰ পাছতো ইটানগৰ আৰু ৰাজধানী এলেকাত কৰোণাৰ প্ৰকোপ নিয়ন্ত্ৰণ নোহোৱাত শনিবাৰে অৰুণাচল প্ৰদেশ চৰকাৰে লকডাউন সম্প্ৰসাৰিত কৰা হয়।

শুকুৰবাৰৰ দিনটোত অৰুণাচল প্ৰদেশত ২৬৫ জন লোক কোৰোনাত আক্ৰান্ত লোক ধৰা পৰিছে আৰু পাঁচজন লোকৰ কোৰোনাত মৃত্যু হৈছে। বৰ্তমানলৈকে অৰুণাচলত ২২০২টা এক্টিভ কেচ আৰু যোৱা পাঁচটা দিনত ১৯ জনৰ মৃত্যু হৈছে । উল্লেখযোগ্য যে, লাহোৱালৰ পৰীক্ষাগাৰলৈ পঠিওৱা নমুনাত অৰুণাচল প্ৰদেশৰ পাঁচজন ব্যক্তিৰ দেহত কোৰোনা ভাইৰাছৰ দ্বিতীয় ভেৰিয়েন্টৰ উপস্থিতি ধৰা পৰিছে ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি