নগাঁৱত ১৫১ টা চোৰাং গৰুসহ ১৩জন লোকক আটক…

নগাঁৱত ১৫১ টা চোৰাং গৰুসহ ১৩জন লোকক আটক…
  • নগাঁৱত ১৫১ টা চোৰাং গৰুসহ ১৩জন লোকক আটক।
  • অসম আৰক্ষীয়ে আটক কৰিছে লোককেইজনক।
  • উল্লেখ্য যে, ৬খন ট্ৰাকত আনিছিল গৰুকেইটা।
  • আৰক্ষীয়ে লোককেইজনক আটক কৰি অব্যাহত ৰাখিছে তদন্ত।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in